Elephant-human conflict নূমলীগড়ত অব্যাহত হাতী মানুহৰ সংঘাত।

 দিশহাৰা গঞা 

নিতৌ বাৰী ঘৰ তহিলং 

নুমলীগড়ৰ ৰংবংৰ দৃশ্য এয়া । নিতৌ অব্যাহত বন্যহস্তীৰ সন্ত্ৰাস। খাদ্যৰ সন্ধানত জনাঞ্চলত বিচৰণ কৰা হাতীৰ জাকক লৈ শংকিত গঞা । কি কৰিব,কলৈ যাব বিবুধিত পৰিছে।

আনহাতে, খাদ্য বিচাৰি ফুৰা হাতীও বহু সময়ত জনাঞ্চলত বিপদৰ সন্মুখীন হৈছে । প্ৰশ্ন হৈছে কেতিয়া পৰিব এই সংঘাতৰ ওৰ । কাৰ হাতত আছে সমাধানৰ উপায় ।