পূৱ কলাইগাঁও যুৱ মহোৎসৱৰ স্থায়ী সমিতিৰ উদ্যোগত কৃতি শিক্ষাৰ্থীলৈ সম্বৰ্ধনা অনুষ্ঠান। উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ হোৱা কেইবাগৰাকী ছাত্ৰ ছাত্ৰীক এই অনুষ্ঠানত সম্বৰ্ধনা জ্ঞাপন কৰে।
সভাত কেইবাগৰাকী বিশিষ্ট অতিথি উপস্থিত থাকে।