মিকিৰগাঁও লাঠৈবড়ীত সংঘটিত হৈছে কৰুণ ঘটনা। নাতিয়েকক সৎকাৰ কৰি সোণাই নৈত গা ধুৱলৈ গৈ সলিল সমাধি ঘটে ককাক তথা প্ৰাক্তন গাঁও প্ৰধান ভদ্ৰকান্ত দেউৰীৰ । স্থানীয় ৰাইজে বহু চেষ্টা কৰিও কোনো সন্ধান উলিয়াব নোৱাৰাত মিকিৰভেটা আৰক্ষীক খৱৰ দিয়ে । লগে লগে ঘটনাস্থলীত SDRF বাহিনীৰ লোক উপস্থিত হৈ দীৰ্ঘসময় ধৰি অভিযান চলোৱাৰ অন্তত লোকজনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। শোকাবহ ঘটনাটোৱে সমগ্ৰ মিকিৰভেটা লাঠৈবড়ী অঞ্চলত গভীৰ শোকৰ ছাঁ পেলাইছে
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
एमपी में दिखने लगा बिपरजॉय का असर अगले 3 दिनों तक भारी बारिश, कई जिलों में रेड और ऑरेंज अलर्ट
मध्यप्रदेश के कई हिस्सों में बिपरजॉय का असर देखने मिल रहा है. मौसम वैज्ञानिक ने 3...
વડોદરામાં દિલ્હીના મુખ્યમંત્રીએ કરેલી સભાના ટાઉનહોલ પર ચાલ્યુ બુલડોઝર
વડોદરામાં દિલ્હીના મુખ્યમંત્રીએ કરેલી સભાના ટાઉનહોલ પર ચાલ્યુ બુલડોઝર
Final challenge rounds and grand finale of Mr Gay World India 2024
Mr Gay World India is an annual event which is not just a beauty pageant; it's a powerful...
Rajasthan Assembly Election Results Updates: नतीजों से पहले राजस्थान में सियासी हलचल हुई तेज| AajTak
Rajasthan Assembly Election Results Updates: नतीजों से पहले राजस्थान में सियासी हलचल हुई तेज| AajTak