মাজুলী জিলা প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি যোৱা কালি অসম চৰকাৰৰ সমাজ কল্যান বিভাগৰ দ্বাৰা ১১টা নৱ নিৰ্মিত আদৰ্শ অংগনবাদী কেন্দ্ৰ আনুস্থানিক ভাবে শুভ উদ্ধোধন কৰে লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুবাই । ২০৩ নং মাজদেউৰী আদৰ্শ অগংনবাদী কেন্দ্ৰত কেন্দ্ৰীয়ভাবে আয়োজিত উদ্ধোধনী অনুষ্ঠানত সাংসদ গৰাকীৰ লগতে মাজুলীৰ বিধায়ক ভুৱন গাম ,জিলা উপাযুক্ত পুলক মহন্ত,দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ মূখ্য কায্যবাহী সদস্য মাধব দেউৰী ৰ লগতে বহু কেইজন গণ্য মান্য ব্যক্তি সভা খনত উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
સુરેન્દ્રનગર રેલવે સ્ટેશન ખાતે ઓલ ઇન્ડિયા ગાર્ડ કાઉન્સિલના આહવાનથી ટ્રેનોના મેનેજર કક્ષાના રેલ કર્મીઓએ ધરણા કર્યા
ઓલ ઈન્ડીયા ગાર્ડ કાઉન્સિલના આહવાનથી ટ્રેનોના મેનેજરકક્ષાના રેલ કર્મીઓએ સુ.નગર રેલવે સ્ટેશન ખાતે...
Mood of the Nation : Election 2024 से पहले किसके पक्ष में हैं Karnataka के वोटर | BJP Vs Congress
Mood of the Nation : Election 2024 से पहले किसके पक्ष में हैं Karnataka के वोटर | BJP Vs Congress
Stock Market New Year Rally LIVE: हरे निशान में लौटा बाजार, आईटी, फार्मा, मेटल शेयरों में बढ़त
Stock Market New Year Rally LIVE: हरे निशान में लौटा बाजार, आईटी, फार्मा, मेटल शेयरों में बढ़त
নিজৰ পঢ়াশালীক সহায় কৰাতো অপৰাধ হব নোৱাৰে: সাংসদ প্ৰদুৎ বৰদলৈ
নিজে পঢ়া পঢ়াশালীখনক সহায় সহযোগিতা কৰিবলৈ পোৱাতো সৌভাগ্যৰ কথাহে। বিদ্যাঞ্জলী আঁচনি সন্দৰ্ভত নগাঁও...
ছিপাঝাৰত আৰক্ষীৰ জালত দুই দ্ৰাগছ সৰবৰাহকাৰী
ছিপাঝাৰত দ্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।
ব্ৰাউন চুগাৰৰ ৬টা কন্টেইনাৰসহ আটক দুগৰাকী অবৈধ...