সদ্য ঘোষিত সৰ্বভাৰতীয় মেডিকেল প্ৰবেশ পৰীক্ষা(NEET 2022)ত সাফল্যতা লাভ কৰি নলবাৰীলৈ গৌৰৱ কঢ়িয়াই আনিছে নলবাৰীৰ কুন্তল কলিতাই৷কুন্তল নলবাৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডা° বিপিন চন্দ্ৰ কলিতাৰ পুত্ৰ৷কুন্তলে পূৰ্বেও নীট পৰীক্ষা দিছিল যদিও সফল হোৱা নাছিল৷এইবাৰ সফল হোৱাত যথেষ্ট আনন্দিত হৈছে৷ইতিমধ্যে কুন্তলক বহুতো দল সংগঠন তথা ব্যক্তিয়ে শুভেচ্ছা জনাইছে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
লিবিয়াত বিধ্বংসী বানপানীয়ে বিধ্বংসী ৰূপ ধাৰণ কৰাৰ পিছত ৬০০০ৰো অধিক লোকৰ মৃত্যু, ৩০০০ৰো অধিক লোক স্থানচ্যুত
বুধবাৰে চিএনএনৰ বাতৰি অনুসৰি সমগ্ৰ লিবিয়াত হোৱা প্ৰচণ্ড বানপানীৰ ফলত ৬০০০ৰো অধিক লোকে প্ৰাণ...
পথালিপাহাৰত মন্ত্ৰী ৰঞ্জিত দাসে উদ্ধোধন কৰিলে কৃষি সেৱা কেন্দ্ৰ
১০৯ নং বিহপুৰীয়া সমষ্টিৰ অন্তৰ্গত পথালিপাহাৰ গাঁও পঞ্চায়তত ৰাষ্ট্ৰীয় ৰুৰবান মিছনৰ অধীনত...
सकारात्मक माणूसच संंधिचे सोने करतो डॉ. हनुमंत भोपाळे
शिवाजी महाविद्यालयात आदर्श शिक्षकांचा सत्कार उदगीर नकारात्मकता हे जीवनातले विष असते त्यामुळे...