মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ড্ৰাগছৰ সমান্তৰালভাৱে জুৱা ঘাটি উচ্ছেদ কৰিবলৈ আৰক্ষীক কঠোৰ নিৰ্দেশ প্ৰদান কৰিছে যদিও মুখ্যমন্ত্ৰীৰ নিৰ্দেশক গুৰুত্ব নিদিয়ে বহু জুৱাৰিয়ে ।যাৰ পৰিণতিত মৰাণ আৰক্ষী থানা আৰু মৰাণ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া কাৰ্যালয়ৰ পৰা মাত্ৰ দুই কিলোমিটাৰ দুৰৈত অৱস্থিত বেজৰ চুক বঙালী গাঁৱৰ প্ৰেক্ষাগৃহত দুখনকৈ স্কুলৰ সন্মুখতে কিছুদিনৰ পূৰ্জুবে বহিছিল জুৱাৰ বৃহৎ খেল। ৰাইজৰ অভিযোগৰ পাছতে সাংবাদিক দল জুৱা খেল চলি থকা সময়ত উপস্থিত হোৱাত পলায়ন কৰিছিল বৃহৎ জুৱাৰী দলটো । ইয়াৰ পাছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ জব্দ কৰে উক্ত খেলখনলৈ ভাড়ালৈ অনা জেনেৰেটৰ, মাইক চেট আৰু কেইটামান পৰি থকা হাউচি টিকট। ইয়াৰ সমান্তৰাল ভাবে মৰাণ বহু ঠাইত জুৱা খেল চলি থকা গুৰুত্ব অভিযোগ উত্থাপন কৰিছে ৰাইজে । সেইয়েহে আজি মৰাণত জুৱা খেল সম্পূৰ্ণ ৰূপে বন্ধ কৰিবলৈ ডিব্ৰুগড়ৰ জিলা উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰে বিজেপি যুৱ মৰ্চাৰ খোৱাঙ মণ্ডল সভাপতি দেৱজিত গগৈয়ে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
સિહોર પંથકમાં હિરા માં મંદિ નું વાતાવરણ
સિહોરના ગ્રામ્ય પંથક સહિત ભાવનગરના મુખ્ય ઉધોગપૈકીના ડાયમંડ ઉધોગ માટે ગત વર્ષની તુલનામાંઆ વર્ષની...
वैजापूर तालुक्यातील शिवूर येथील पत्रकाराने केली महिलेची गळा चिरून हत्या
वैजापूर तालुक्यातील शिवूर येथील पत्रकाराने केली महिलेची गळा चिरून हत्या
મર્ડર આરોપી 19 વર્ષે પકડાયો | Estv | Ghoghamba | Murder | Accused of murder | Parole Furlough Squad
મર્ડર આરોપી 19 વર્ષે પકડાયો | Estv | Ghoghamba | Murder | Accused of murder | Parole Furlough Squad