কোকৰাঝাৰ চেপ্তেম্বৰ ১৪: বডোলেণ্ডৰ মুখ্য সদৰ কোকৰাঝাৰ বডোফা নগৰস্থিত বি টি আৰ সচিবালয়ত অনুষ্ঠিত হয় ভুটান চৰকাৰৰ শীৰ্ষ প্ৰতিনিধি আৰু বি টি আৰ প্ৰশাসনৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক। বি টি আৰৰ পাঁচখন জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক সহ শীৰ্ষ বিষয়া আৰু ভুটান চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ অধীনস্থ আইন শৃংখলা বিভাগৰ সঞ্চালক সহ ১২ জনীয়া প্ৰতিনিধি মাজত উচ্চ স্তৰীয় বৈঠক অনুষ্ঠিত হয়। বৈঠকৰ পিছত ভুটানৰ আইন শৃংখলা বিভাগৰ সঞ্চালক টাছি পেঞ্জৰে সংবাদ মাধ্যমৰ আগত সদৰি কৰে যে মহামাৰী কোভিডৰ বাবে আঢ়ৈ বছৰ ধৰি বন্ধ আছিল ভুটানৰ প্ৰবেশদ্বাৰ। সেয়ে অহা ২৩ চেপ্তেম্বৰে পুনৰ মুকলি কৰা হ'ব ভুটানৰ প্ৰবেশদ্বাৰ। সেইদিন পৰাই পৰ্যটক সকলে নিজৰ আধাৰ কাৰ্ড লৈ ভুটানত প্ৰবেশ কৰিব পাৰিব।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Today's Trending Stocks: जानें आज किन Stocks में निवेशकों की हुई जमकर कमाई और कहां लगी निराशा हाथ?
Today's Trending Stocks: जानें आज किन Stocks में निवेशकों की हुई जमकर कमाई और कहां लगी निराशा हाथ?
অসমৰ ৰাজনৈতি জগতলৈ আহিব পাৰে আকৌ নতুন খবৰ!
আপত যোগদান কৰিব নেকি সাংসদ অজিত কুমাৰ ভূঞাই?
অসমৰ ৰাজনৈতি জগতলৈ আহিব পাৰে নতুন খবৰ!আপত যোগদান কৰিব নেকি সাংসদ অজিত কুমাৰ ভূঞাই?নতুন দিল্লীত...
Google Play Best of 2023: गूगल ने किया भारत के बेस्ट ऐप्स और गेम्स का एलान, यहां देखें पूरी लिस्ट
Level SuperMind ऐप को इस साल की सबसे बेस्ट ऐप का अवॉर्ड मिला है। यह ऐप यूजर्स को पर्सनलाइज्ड एआई...