বৰ অসমৰ ভেঁটি গঢ়োতা স্বৰ্গদেউ চাওলুং চুকাফাৰ মৈদাম দীৰ্ঘদিন ধৰি অচিনাক্ত অৱস্থাত থকাৰ পাছত বুৰঞ্জীপ্ৰসিদ্ধ চৰাইদেউ সংৰক্ষণ আৰু উন্নয়ন মঞ্চৰ লগতে একাংশ বুৰঞ্জীবিদ তথা স্থানীয় দল-সংগঠনৰ সহযোগত বিগত ২০১৫ চনতেই উদ্ধাৰ কৰা হৈছিল চৰাইদেউ দেওশালৰ সমীপত। ইয়াৰ পাছৰপৰাই চ্যুকাফাৰ মৈদামত বিভিন্ন দল-সংগঠন তথা ব্যক্তি বিশেষে বন্তি প্ৰজ্বলন কৰি পিতৃপুৰুষৰ প্ৰতি শ্ৰদ্ধা জনাই আহিছে। কিন্তু অতি পৰিতাপৰ কথা সুদীৰ্ঘ কাল অচিনাক্ত, পৰিত্যক্ত অৱস্থাত থকা চাওলুং চুকাফাৰ মৈদাম উদ্ধাৰ কৰাৰ পাছতো বিভাগীয় কৰ্তৃপক্ষই আজিলৈকে কোনো ধৰণৰ গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই। তাৰ বিপৰীতে একাংশ লোকে এই মৈদামৰ ভূমি বেদখল কৰাৰ খবৰহে সময়ে সময়ে পোহৰলৈ আহিছে। আনহাতে চুকাফা মৈদাম সংৰক্ষণৰ বাবে বিগত সময়ত চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰা হ'ব বুলি ঘোষণা কৰিছিল যদিও ৰাজ্যিক প্ৰত্নতত্ব বিভাগৰ তৰফৰপৰা কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ ফলত এই মৈদামটো এতিয়াও এলাগী হৈ পৰি আছে। যাৰ ফলত এতিয়া আহোম জনগোষ্ঠীয় সংগঠনসমূহৰ লগতে বুৰঞ্জীপ্ৰসিদ্ধ চৰাইদেউ সংৰক্ষণ আৰু উন্নয়ন মঞ্চৰ তৰফৰপৰা চুকাফা মৈদাম সংৰক্ষণ আৰু সৌন্দৰ্য বৰ্ধনৰ দাবী উত্থাপন কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Samsung Galaxy Z Fold 6 Special Edition स्मार्टफोन 200MP कैमरा सेंसर के साथ हुआ लॉन्च, डिजाइन में भी किया बदलाव
Samsung Galaxy Z Fold 6 Special Edition स्मार्टफोन को कंपनी ने होम मार्केट में लॉन्च कर दिया है।...
PM Narendra Modi inaugurates Rajkot International Airport in Gujarat.
PM Narendra Modi inaugurates Rajkot International Airport in Gujarat.
NEET Exam: Maharashtra के लातूर से हेडमास्टर गिरफ्तार, NEET परीक्षा पास कराने की धांधली का आरोप
NEET Exam: Maharashtra के लातूर से हेडमास्टर गिरफ्तार, NEET परीक्षा पास कराने की धांधली का आरोप
Upcoming Cars: जल्द एंट्री मारने वाली हैं 3 नई मिडसाइज कार, लिस्ट में एक EV भी शामिल
Hyundai Alcazar Facelift को लॉन्च करने के लिए तैयार है जिसमें कई कॉस्मेटिक अपडेट और कई नए फीचर के...