সম্প্ৰতি আৱাহন থিয়েটাৰৰ বহুজন সমালোচিত নাট লভিতা সম্পৰ্কে ভ্ৰাম্যমাণ থিয়েটাৰ প্ৰযোজক সন্থাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷প্ৰযোজক সন্থাৰ সভাপতি নজৰুল ইচলাম আৰু সম্পাদক ক্ষীৰোদ খনিকৰে এক লিখিত স্পষ্টীকৰণ যোগে কয় যে জাতীয় চিন্তা চেতনাৰ কৰ্ণধাৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ অমৰ সৃষ্টি’’লভিতা’’নাটকৰ আলম লৈ নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যই যি ’লভিতা’ নাটক ৰচনা কৰিছে তাক আমি একমুখে গৰিহণা দিছো৷তেওঁলোকে কয় যে অসমৰ জনজীৱনৰ আদৰ্শবান মহান পুৰুষ সকলৰ লিখনি ,সভ্যতা,সংস্কৃতি লৈ বেপাৰ বানিজ্য কৰাটো আমাৰ সমৰ্থন আৰু কাম্য নহয়৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
તાલાલા તાલુકાના ગીર ધાવા ગામની ઘટના અંગે SP મનોહરસિંહ જાડેજાની પ્રેસ કોન્ફ્રન્સ
તાલાલા તાલુકાના ગીર ધાવા ગામની ઘટના અંગે SP મનોહરસિંહ જાડેજાની પ્રેસ કોન્ફ્રન્સ
हर अग्निवीर को सरकारी नौकरी, 5 लाख आवास; 24 फसलों पर MSP... हरियाणा में भाजपा ने जारी किया घोषणा पत्र
चंडीगढ़। हरियाणा विधानसभा चुनाव के लिए भारतीय जनता पार्टी ने अपना घोषणा पत्र जारी कर दिया...
अंकुर निंबार्क होंगे शारीरिक शिक्षक संघ के प्रदेश उपाध्यक्ष
अंकुर निम्बार्क होंगे शारीरिक शिक्षक संघ के प्रदेश उपाध्यक्ष
बून्दी राजस्थान शारीरिक शिक्षा...
રાઉન્ડ પેટ્રોલિંગ દરમ્યાન પોલીસે યુવકની કરી ધરપકડ
રાઉન્ડ પેટ્રોલિંગ દરમ્યાન પોલીસે યુવકની કરી ધરપકડ
Ahmedabad પોલીસ અસામાજિક તત્વોને પકડવા નવરાત્રીમાં મહિલા પોલીસ ટ્રેડિશનલ ડ્રેસમાં રહેશે હાજર
Ahmedabad પોલીસ અસામાજિક તત્વોને પકડવા નવરાત્રીમાં મહિલા પોલીસ ટ્રેડિશનલ ડ્રેસમાં રહેશે હાજર