মাজুলীত ২১ বছৰীয়া যুৱক নিৰুদ্দেশঃ মাজুলী জিলাৰ নতুন বজাৰ আৰক্ষী চকীৰ অন্তৰ্গত শালমাৰী গাঁৱৰ নিবাসী মনুজ (বাচ্চা) কুলি আৰু দিপালী কুলিৰ পুত্ৰ অজয় কুলি (২১) নিৰুদ্দেশ হৈ আছে৷ পৰিয়ালৰ সূত্ৰৰ পৰা জানিব পৰা মতে মানসিক ভাৱে দুৰ্বল যুৱক জন ১৩ ছেপ্টেম্বৰৰ আবেলি প্ৰায় ৩ বজাৰ পৰা নিৰুদ্দেশ হৈ থকাত চিন্তিত হৈ পৰিছে পৰিয়ালৰ লোক৷ যদি কোনো লোকে যুবক জনৰ সন্ধান পায় তেনেহলে ৯১০১১১৫৭৪৫ নম্বৰত খবৰ দিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
लखनऊ: सिंचाई विभाग मुख्यालय में उ.प्र के जल शक्ति मंत्री ने कार्यों की प्रगति की समीक्षा बैठक ली
लखनऊ। राजधानी लखनऊ में शनिवार को सदर स्थित सिंचाई विभाग मुख्यालय के नवीन सभागार में विभाग के...
अमेरिका में अब फ्लाइट के रद्द या लेट होने पर मिलेगा मुआवजा, राष्ट्रपति जो बाइडन ने किया एलान
वाशिंगटन, अमेरिका के राष्ट्रपति जो बाइडन (Joe Biden) ने सोमवार को कहा कि...
4 વર્ષની બાળા ઉપર દુષ્કર્મ આચરનાર નરાધમને 20 વર્ષની સખત કેદની સજા, SPએ શું કહ્યું જુઓ Video
અરવલ્લી : 4 વર્ષની બાળા ઉપર દુષ્કર્મ આચરનાર નરાધમને 20 વર્ષની સખત કેદની સજા, SPએ શું કહ્યું જુઓ...
અદાણી લોજીસ્ટિકસ લિ.એ નવકાર કોર્પોરેશન લિ.પાસેથી ICD તુમ્બ (વાપી) હસ્તગત કર્યો
–અદાણી લોજીસ્ટિકસ લિ.એ ભારતના સૌથી મોટા ICD પૈકીના ૦.૫ મિલિયન TEUs ની ક્ષમતા સાથેના તુમ્બ (...
সোণাৰিত শ্ৰীশ্ৰী জগদ্ধাত্ৰী পূজাৰ আয়োজন
সোণাৰিত শ্ৰীশ্ৰী জগদ্ধাত্ৰী পূজাৰ আয়োজন
শ্ৰী ৰামকৃষ্ণ সেৱা সমিতি, সোণাৰিৰ উদ্যোগত আজি শ্ৰী...