নলবাৰী জিলাৰ অন্তৰ্গত ঘগ্ৰাপাৰ হাইস্কুলৰ সহ শিক্ষক হেমন্ত বৈশ্য এক পথ দুৰ্ঘটনাত আহত হৈ গুৱাহাটী জি এন আৰ চি হস্পিতালত চিকিৎসাধীন হৈ আছিল৷আজি পূৱা তাতে তেওঁৰ মৃত্যু হয়৷উল্লেখ্য যে যোৱা দহ চেপ্তেম্বৰত ঘগ্ৰাপাৰ দামোদৰধাম পথৰ ঘগ্ৰাপাৰ হৰিমন্দিৰৰ ওচৰতে হোৱা এক দুৰ্ঘটনাত গুৰুতৰ ভাবে আহত হৈ চিকিৎসাধীন হৈ আছিল৷জানিব পৰামতে ঘগ্ৰাপাৰহাইস্কুলৰ শিক্ষক হেমন্ত বৈশ্যই প্ৰতিটো দিনৰ দৰে সেইদিনা ও নিজ ঘৰ পাটকাটাৰ পৰা মটৰ চাইকেলৰে স্কুললৈ আহি থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই পথতে বাগৰি পৰে৷আজি তেওঁৰ মৃত্যুৰ বাতৰি পোৱাৰ লগে লগে অজস্ৰ গুনমুগ্ধই তেওঁৰ ঘৰত উপস্থিত হৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
भारत में रूरल और स्पोर्ट्स टूरिज्म की अपार संभावनाएं: डॉ. अनुकृति
कोटा विश्वविद्यालय में वाणिज्य एवं प्रबंधन विभाग में एसोसिएट प्रोफेसर और कौशल विकास केन्द्र की...
Vivo ला रहा बजट फ्रेंडली स्मार्टफोन, लॉन्च से पहले पता चल गई कीमत, कैसी होंगी खूबियां?
Vivo Y29 5G का भारत लॉन्च नजदीक आ चुका है। कंपनी जल्द ही इसे अफोर्डेबल सेगमेंट में लॉन्च कर सकती...
निराश्रित गौवंश को सड़क दुर्घटना से बचाने के लिए लगाए हेल्पर
निराश्रित गौवंश को सड़क दुर्घटना से बचाने के लिए लगाए हेल्परबून्दी, 27 अगस्त। भारतीय राष्ट्रीय...
સ્પ્લેન્ડર બાઈક,૪ મોબાઇલ સાથે,૨ ઈસમો ઝડપાયા સરદાર નગર,ખોખરા પોલીસના ચોરીના ભેદ ઉકેલતી ક્રાઇમબ્રાન્ચ
સ્પ્લેન્ડર બાઈક,૪ મોબાઇલ સાથે,૨ ઈસમો ઝડપાયા સરદાર નગર,ખોખરા પોલીસના ચોરીના ભેદ ઉકેલતી ક્રાઇમબ્રાન્ચ