মৰাণত সংঘটিত হ'ল চাঞ্চল্যকৰ ঘটনা। নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ ভিতৰতে আত্মহত্যা কৰিলে এজন ব্যৱসায়ীয়ে। মৰাণকুশল নগৰৰ ফাৰ্নিকো ফাৰ্নিচাৰ নামৰ ব্যৱসায় প্ৰতিষ্ঠান খনৰ গৰাকী ফনীন্দ্ৰ গগৈ নামৰ বিশিষ্ট ব্যৱসায়ী জনে আজিপুৱাই ঘৰৰ পৰা দোকানলৈ বুলিওলাই আহি নিজৰ প্ৰতিষ্ঠানৰ ভিতৰতে আত্মহত্যা কৰে। পিছত পুত্ৰই আহি মৃতদেহ প্ৰত্যক্ষ কৰে ব্যৱসায়ক লৈ বহুদিনৰ পৰা চিন্তিত হৈথকা বুলি পুত্ৰই জানিবলৈ দিয়ে। ইতিমধ্যে আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধিৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
अब फ्लाइट में भी दनादन चलेगा Airtel का नेट और कॉल पर होगी बात, ये नए प्लान किए गए लॉन्च
एयरटेल ने अपने कस्टमर्स के लिए 3 नए इन-फ्लाइट प्लान पेश किए हैं। इन प्लान की कीमत 195 रुपये से...
মেধাৱী ছাত্ৰ ত্ৰিণয়ন পেগুৱে মাজুলীলৈ কঢ়িয়াই আনিলে গৌৰৱ।
মাজুলী চামগুৰি সত্ৰ ৰাৱনাপাৰ আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন মেধাৱী ছাত্ৰ ত্ৰিণয়ন পেগুৱে...
BIS માં એન્જિનિયરની જગ્યાઓ માટે ભરતી, વિગતો જોવા માટે BIS ની સત્તાવાર સાઇટ દ્વારા અરજી કરી શકે
BIS ઉમેદવારો પાસેથી ગ્રેજ્યુએટ ઈજનેર પોસ્ટ્સ માટે અરજીઓ આમંત્રિત કરે છે. લાયક ઉમેદવારો આ પોસ્ટ્સ...
Ultratech Cement Q4 Results Explained | आंकड़ों की वजह से आज जमकर दौड़ेगा ये Stock? | Anuj Singhal
Ultratech Cement Q4 Results Explained | आंकड़ों की वजह से आज जमकर दौड़ेगा ये Stock? | Anuj Singhal