ডবকাৰ হালধীআটী তপতজুৰি গাৱত, দুই গৰু চুৰৰ বিলয় ৷ #assam #thief #cow
ডবকাৰ হালধীআটী তপতজুৰি গাৱত দুই কুখ়্যাত গৰুচুৰ আটক ৷ ধৃত চুৰ দুটা কাৰ্বিআংলংৰ বকলীয়া চিকাৰী ঘাটৰ জীৱন ক্লিং আৰু বেন তেৰং আজি চুৰি গৰু বিক্ৰি কৰাৰ উদ্দেশ্যৰে আহিছিল গাৱখনলৈ ৷ সন্দেহজনক অৱস্থাত ঘূৰি ফুৰা দেখি ৰাইজে কৰায়ত্ব কৰি সোধপোচ কৰাত গৰু চুৰ বু
