ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে আজি মৰাণত টাই আহোম ছাত্ৰ সন্থা (আটাছু) মৰাণ মহকুমা সমিতিয়ে এক বাইক ৰেলীয়ে প্ৰতিবাদ সাব্যস্ত কৰে । আটাছু মৰাণ আঞ্চলিক সমিতিৰ কাৰ্যালয়ৰ পৰা উলিওৱা এই বাইক ৰেলীত আটাছু কৰ্মীসকলে চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান দি উত্তাল কৰি তোলে । আটাছু কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি দেৱজিত গগৈয়ে এই ৰেলীত অংশগ্ৰহণ কৰি জনজাতিকৰণৰ ক্ষেত্ৰত চৰকাৰে ৰাজনীতি কৰিব বিচাৰিছে বুলি মন্তব্য কৰে । ইফালে শীঘ্ৰে ছয় জনগোষ্ঠীক জনজাতিকৰণ নকৰিলে ২০২৪ ৰ লোকসভা নিৰ্বাচনত তীব্ৰ প্ৰতিবাদ সংগঠনটোৱে গঢ়ি তুলিব বুলি নেতাজনে হুংকাৰ দিয়ে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
જૂનાગઢ: 'AAP'ની મિટિંગમાં માઇક ચાલુ થયું ને બળદ ભડક્યા
જૂનાગઢ: 'AAP'ની મિટિંગમાં માઇક ચાલુ થયું ને બળદ ભડક્યા
इको फ्रेंडली गणपति को घर में किया स्थापित । #sudarshannews
इको फ्रेंडली गणपति को घर में किया स्थापित । #sudarshannews
AAJTAK 2। ARIES HOROSCOPE । ZODIAC TODAY | मेष राशि । आज का राशिफल | AAJ KA RASHIFAL | 04 OCT 2023।
AAJTAK 2। ARIES HOROSCOPE । ZODIAC TODAY | मेष राशि । आज का राशिफल | AAJ KA RASHIFAL | 04 OCT 2023।
ભચાઉના આધોઈ ગામે દશામાંની મૂર્તિનું વિસર્જન #kutch #dashamaa
ભચાઉના આધોઈ ગામે દશામાંની મૂર્તિનું વિસર્જન #kutch #dashamaa
Stock Up By 9% | Q4 Update | कई कंपनियों ने मचाई है धूम, जानें आज कहां लगाना होगा पैसा? | Info Edge
Stock Up By 9% | Q4 Update | कई कंपनियों ने मचाई है धूम, जानें आज कहां लगाना होगा पैसा? | Info Edge