বিশেষ অনুসন্ধান শাখাৰ আৰক্ষী (DS B )বিষয়া লাচিত নগৰ।নিবাসী প্ৰানজিৎ।গগৈৰ।আজি অকাল বিয়োগ ঘটে। বহুত দিনৰ পৰা বৃক্ক ৰোগত ভোগী থকা বিষয়া গৰাকীৰ আজি ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু ঘটে। বিষয়াজনৰ মৰাণৰ নিজ গৃহত শেষ শ্ৰদ্ধাঞ্জলী জনাবলৈ উপস্থিত হ'ল বিভিন্ন দল সংগঠনৰ প্ৰতিনিধি তথা মৰিণ আৰু চৰাইদেউ ৰ আৰক্ষী। ।মৰাণৰ আৰক্ষী চক্ৰ বিষয়া সিদ্ধেশ্বৰ বড়োৰ লগতে সোনাৰী আৰক্ষীৰ অনুসন্ধান শাখাৰ এটা দলে বিষয়া জনক জনালে শেষ শ্ৰদাঞ্জলী।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
আমগুৰিত বিশেষ চৰ্চালৈ আহিছে দহ গৰাকী শিক্ষিত যুৱক-যুৱতী : দাঙি ধৰিছে স্বাৱলম্বীতাৰ বিৰল নিদৰ্শন
আমগুৰিত বিশেষ চৰ্চালৈ আহিছে দহ গৰাকী শিক্ষিত যুৱক-যুৱতী : দাঙি ধৰিছে স্বাৱলম্বীতাৰ বিৰল নিদৰ্শন...
સુરેન્દ્રનગર જીલ્લામાં અતિવૃષ્ટિ અને ભારે વરસાદને લઈને કેન્દ્રની ટીમ દ્વારા સર્વેની કામગીરી હાથ ધરી
સુરેન્દ્રનગર જીલ્લામાં અતિવૃષ્ટિ અને ભારે વરસાદને લઈને કેન્દ્રની ટીમ દ્વારા સર્વેની કામગીરી હાથ ધરી
UN Chief warns world of climate change, says never seen climate carnage on the scale of the floods in Pakistan
UN Secretary-General Antonio Guterres has warned the international community that all countries...