তিনিচুকীয়া জিলাৰ ডুমডুমা আৰক্ষী থানাৰ অন্তৰ্গত ৰূপাই চাইদিঙৰ টিপুক সমবায় সমিতিত সোমবাৰে ৰাজহুৱা অভিযোগৰ ভিত্তিত BIEO য়ে চলায় এক অভিযান ৷ অভিযানৰ সময়ত দলটোৱে ১৯৫৫ কুইণ্টল চৰকাৰী চাউল জব্দ কৰাৰ লগতে তদন্ত অব্যাহত ৰাখিছে ৷