চৰাইদেউ জিলাৰ ঐতিহাসিক বৰহাটত বাগিচাৰ সন্মুখত এখন টাটা এ চিয়ে নিৰন্ত্ৰন হেৰুৱাই পথৰ ওপৰত বাগৰি পৰে । প্ৰায় ২৪ গৰাকী মহিলাৰ আঘাট পোৱা পৰিলক্ষিত হয় । ততাতৈয়াকৈ বৰহাট স্বাস্থ্য কেন্দ্ৰলৈ নিয়ে যদিও আৰোহী কেইগৰাকীক উন্নত চিকিৎসাৰ কাৰণে ৰজাপুখুৰী অসামৰিক চিকিৎসা লৈ প্ৰেৰণ কৰে ।