১৯৯৬ চনতে গোবিন্দপুৰ অঞ্চলত প্ৰতিষ্ঠা লাভ কৰা ডিব্ৰুগড় বিশ্ববিদ্যালয় অধীৰ এখন উচ্চ শিক্ষানুষ্ঠান হৈছে ঢকুৱাখনা হাৰ্হি মহাবিদ্যালয় ৷ শিক্ষানুষ্ঠান খনৰ চলিত বৰ্ষৰ নবাগতসকলক আদৰণী জনোৱাৰ উদ্দেশ্য মঙ্গলবাৰে অনুষ্ঠিত কৰা ২১ তম্ নবাগত আদৰণি সভাখন দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় । কাৰ্যসূচীৰ অনুসৰি পুৱা ৬ বজাত মহাবিদ্যালয়ৰ চৌহদ চাফাই, মহাবিদ্যালয়ৰ ছাত্র একতা সভাৰ সভাপতি পিংকু গোস্বামীৰ দ্বাৰা পতাকা উত্তোলন, সাধাৰণ সম্পাদক দেৱজিৎ খাটনিয়াৰ দ্বাৰা শ্বহীদ তৰ্পণ । পুৱা ৮ বজাত বৃক্ষ ৰোপন কৰে হাৰ্হি মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সহঃ অধ্যাপক ড° নৱ কুমাৰ সন্দিকৈয়ে। ইয়াৰ পাছতে হাৰ্হি মহাবিদ্যালয় ৰাজনীতি বিজ্ঞান বিভাগ সহকাৰী অধ্যাপক ৰাজেশ চেতিয়া, ইংৰাজী বিভাগ সহঃ অধ্যাপক ড° জিতু কুমাৰ চমুৱা, অসমীয়া বিভাগৰ সহ অধ্যাপিকা প্রতিমা চেতিয়া, অর্থনীতি বিজ্ঞান বিভাগ সহঃ অধ্যাপক পদ্মকান্ত দলেৰ সঞ্চালনাত ন - পুৰণি ছাত্ৰ-ছাত্ৰী সকলৰ চিনাকী পৰ্ব ও সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয় ৷ ১১ বজাত মহাবিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰী সকলৰ সমাবেত সংগীতেৰে মঞ্চ উদ্বোধন কৰা অনুষ্ঠানত হাৰ্হি মহাবিদ্যালয় অধ্যক্ষ ড° মানস জ্যোতি নেওগৰ সভাপতিত্বত অনুষ্ঠিত হয় মুকলি সভা ৷ উদ্বোধক হিচাপে উপস্থিত থাকি বক্তব্য ৰাখে মহকুমাধিপতি অৰিন্দম বৰুৱাই ৷ নিদিষ্ট বক্তা হিচাপে উপস্থিত থাকি বক্তব্য ৰাখে ঢকুৱাখনা মহাবিদ্যালয়ৰ উপাধ্যক্ষ চিত্ৰ কুমাৰ কোঁছৰ লগতে আমন্ত্ৰিত অতিথি হিচাপে সদৌ অসম ছাত্ৰ সন্থা উপ-সভাপতি উৎপল শৰ্মা, কেন্দ্রীয় কার্যনির্বাহক সদস্য ধনমনি দত্ত ৷ অনুষ্ঠানত লখিমপুৰ জিলা কেন্দ্ৰীয় সাংগঠনিক সম্পাদক পুলক জ্যোতি বৰা, সধাৰণ সম্পাদক স্বৰাজ সংকৰ গগৈ উপস্থিত থকা অনুষ্ঠানত মহাবিদ্যালয়খনৰ নতুনকৈ নামভৰ্তি কৰা ন-পুৰণি শিক্ষাৰ্থী সকল, প্ৰশিক্ষক সকলৰ উপস্থিতয়ে অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তোলে । অনুষ্ঠানৰ শেষত ত্ৰৈলোক্য সোণোৱালৰ কণ্ঠত সাংস্কৃতিক অনুষ্ঠানে এই বৰ্ষৰ বাৰ্ষিক নৱাগত আদৰণি সভাৰ সামৰণি পৰে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Defence Conference: रक्षा मंत्री राजनाथ सिंह ने किया तीन दिवसीय अंतरराष्ट्रीय रक्षा सम्मेलन का उद्घाटन
नई दिल्ली, International Conference On Defence: देश के रक्षा मंत्री राजनाथ सिंह ने आज...
ঐতিহ্যমণ্ডিত তীৰ্থস্থান শ্ৰীশ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰৰ ডেকা সত্ৰীয়া দূৰ্ল্লভ দেৱগোস্বামী জটিল ৰোগত আক্ৰান্ত হৈ গুৱাহাটীৰ নেমকেয়াৰত চিকিৎসাধীন || মুখ্যমন্ত্ৰী,স্বাস্থ্যমন্ত্ৰী,স্থানীয় বিধায়কৰ সহায় কামনা পৰিয়ালৰ
উত্তৰ পূৱ ভাৰতৰে এখন অন্যতম বিখ্যাত বৈষ্ণৱপীঠ শ্ৰীশ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰৰ বিশিষ্ট সত্ৰীয়া...
ખાંભા તાલુકાની શ્રી આંબલિયાળા પ્રા શાળા એટલે શિક્ષણની અનોખી પ્રયોગશાળા
કલા મહાકુંભ 2022-23 ખાંભા તાલુકાની શ્રી આંબલિયાળા પ્રા શાળાનું નામ રોશન કરતા...
BHUJ || ભુજનું હમીસર તળાવ ઓગનતા સમગ્ર કચ્છમાં ખુશીનો માહોલ છવાયો | SWATANTRA TV #bhuj #kutch #india
BHUJ || ભુજનું હમીસર તળાવ ઓગનતા સમગ્ર કચ્છમાં ખુશીનો માહોલ છવાયો | SWATANTRA TV #bhuj #kutch #india
ಕರ್ನಾಟಕ ರಾಜ್ಯ ಲೋಕೋಪಯೋಗಿ ಇಲಾಖೆ ನೌಕರರ ಸಂಘದ ವತಿಯಿಂದ 'ಕನ್ನಡ ರಾಜ್ಯೋತ್ಸವ' ಹಾಗೂ 'ನೂತನ ಸಂಘದ ಉದ್ಘಾಟನಾ ಸಮಾರಂಭ ನಡೆಯಿತು.
ಕರ್ನಾಟಕ ರಾಜ್ಯ ಲೋಕೋಪಯೋಗಿ ಇಲಾಖೆ ನೌಕರರ ಸಂಘದ ವತಿಯಿಂದ 'ಕನ್ನಡ ರಾಜ್ಯೋತ್ಸವ' ಹಾಗೂ 'ನೂತನ ಸಂಘದ ಉದ್ಘಾಟನಾ...