নিযুক্তি কেলেংকাৰী সম্পৰ্কত তথ্য দাঙি ধৰি গ্ৰেপ্তাৰ হোৱা ভিক্টৰ দাস আৰু 'অসমীয়া প্ৰতিদিন' কাকতৰ সাংবাদিক বনজিৎ ঠাকুৰীয়াৰ ওপৰত সংঘটিত আক্ৰমণৰ ঘটনাৰ নিৰপেক্ষ তথা উচ্চ-পৰ্যায়ৰ তদন্তৰ দাবীৰে আজি ৰাজ্যপাল অধ্যাপক জগদীশ মুখীক স্মাৰক পত্ৰ প্ৰদান কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ এটা উচ্চ-পৰ্যায়ৰ প্ৰতিনিধি দলে। আজি বিয়লি ৩-৩০ বজাত ৰাজ্যপালক সাক্ষাৎ কৰি দুখন পৃথক স্মাৰক পত্ৰ প্ৰদান কৰে। প্ৰাক্তন সাংসদদ্বয় দ্বিজেন শৰ্মা আৰু বলিন কুলী, সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্য, সংবাদ মাধ্যম বিভাগৰ অধ্যক্ষ মনজিৎ মহন্ত,উপ-সভানেত্ৰীদ্বয় বালিকা লাহন পেগু আৰু ৰূপা দেউৰী, সম্পাদক ৰফিকুল হুছেইনক লৈ গঠিত দলটোৱে ৰাজ্যপাল অধ্যাপক জগদীশ মুখীক স্মাৰক পত্ৰ প্ৰদান কৰি দীৰ্ঘ সময় আলোচনাত মিলিত হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
নাওবৈছাত ছিলনী চোৰৰ উপদ্ৰৱ।পথচাৰীৰ হাতৰ পৰা মোবাইল কাঢ়ি পলায়নৰ চেষ্টা
নাওবৈছাত ছিলনী চোৰৰ উপদ্ৰৱ।পথচাৰীৰ হাতৰ পৰা মোবাইল কাঢ়ি পলায়নৰ চেষ্টা।#a7nrwsassam
নাওবৈছাত...
બ્રાહ્મણી નદી બે કાંઠે: હળવદથી સરા, થાન અને ચોટીલાને જોડતા રોડ પર વાહનચાલકો અટવાયા
મોરબી સહિત હળવદ પંથકમાં મેઘરાજાએ ધમાકેદાર બેટિંગ કરી છે. ભારે વરસાદના કારણે નદી-નાળાઓ...
মৰাণত অৰুণোদয় আঁচনিৰ ধন দিয়াৰ নামত পঞ্চায়ত প্ৰতিনিধিৰ ধন সংগ্ৰহৰ অভিযোগ
ডিব্ৰুগড় জিলাৰ মৰাণ বিধানসভা সমষ্টিৰ পথালিবাম গাঁও পঞ্চায়তৰ অন্তৰ্গত ঝলমত চৰকাৰী আঁচনি ৰূপায়ণত...
Lok Sabha Elections 2024: तीसरे चरण का चुनाव खत्म, चौथे चरण की तैयारी, पीएम करेंगे धुआंधार रैली
Lok Sabha Elections 2024: तीसरे चरण का चुनाव खत्म, चौथे चरण की तैयारी, पीएम करेंगे धुआंधार रैली
'इसे सहन नहीं किया जा सकता...', प्रज्वल रेवन्ना के वायरल वीडियो पर अमित शाह की दो टूक
नई दिल्ली। कर्नाटक में जनता दल (सेक्युलर) के सांसद प्रज्वल रेवन्ना पर...