মৰাণত পুনৰ কৰ'না আতংক । একেখন বিদ্যালয়তে কৰ'নাত আক্ৰান্ত ১২ জনকৈ ছাত্ৰ-ছাত্ৰী । ডিব্ৰুগড় জিলা মৰাণৰ নৱোদয় বিদ্যালয়ত ধৰা পৰিছে ১২ জনকৈ ছাত্ৰ-ছাত্ৰীৰ দেহত কৰ'না । খোৱাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনত থকা বিদ্যালয়খনত স্বাস্থ্য বিভাগৰ এটা দলে স্বাস্থ্য পৰীক্ষা কৰাত ছাত্ৰ-ছাত্ৰী সকলৰ দেহত ধৰা পৰে কৰ'নাৰ উপস্থিতি । বৰ্তমানলৈকে সকলো ছাত্ৰ-ছাত্ৰীক পৰীক্ষা কৰা হোৱা নাই । মুঠ ৭৪ জন ছাত্ৰ-ছাত্ৰীক কভিড পৰীক্ষা কৰা হৈছে । ইয়াৰ ভিতৰত ১২ জনৰ দেহত পোৱা গৈছে কভিড পজিটিভ । বৰ্তমান কৰ'নাত আক্ৰান্ত হোৱা ছাত্ৰ-ছাত্ৰী সকলক হোম আইছ'লেশ্যনত ৰখা হৈছে আৰু বিদ্যালয়খনত চেনিটাইজেশ্যন কৰা হৈছে । বৰ্তমান বিদ্যালয়খনত এক আতংকময় পৰিৱেশে বিৰাজ কৰিছে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Neeraj Chopra wins Gold: World Athletics में 'गोल्डन बॉय' नीरज चोपड़ा ने रचा 'स्वर्णिम इतिहास' |News
Neeraj Chopra wins Gold: World Athletics में 'गोल्डन बॉय' नीरज चोपड़ा ने रचा 'स्वर्णिम इतिहास' |News
કુતિયાણા ભાજપ માંથી ઢેલીબેન માલદેભાઈ ઓડેદરા ટિકિટ ફાઇનલ શું આપી તેની પ્રતિક્રિયા જુઓ
કુતિયાણા ભાજપ માંથી ઢેલીબેન માલદેભાઈ ઓડેદરા ટિકિટ ફાઇનલ શું આપી તેની પ્રતિક્રિયા જુઓ
પાલનપુર અમદાવાદ હાઇવે પર મોડી રાત્રે સર્જાયો અક********સ્માત.. #bbcnewsgujarati
પાલનપુર અમદાવાદ હાઇવે પર મોડી રાત્રે સર્જાયો અક********સ્માત.. #bbcnewsgujarati
PM મોદીને આવકારવા જામકંડોરણામાં તડામાર તૈયારીઓ | PM Modi in Saurashtra | ZEE 24 Kalak
PM મોદીને આવકારવા જામકંડોરણામાં તડામાર તૈયારીઓ | PM Modi in Saurashtra | ZEE 24 Kalak
चराईदेव जिले से पूरे असम में उच्चतर माद्यमिक परीक्षा के कला शाखा में पांचवा स्थान प्राप्त किया है शेख सानिया तासमीन रहमान ने
चराईदेव जिले से पूरे असम में उच्चतर माद्यमिक परीक्षा के कला शाखा में पांचवा स्थान प्राप्त किया है...