ভাৰত-দক্ষিণ আফ্ৰিকাৰ টী-টুৱেণ্টী ক্ৰিকেটৰ মূল্য নিৰ্ধাৰণ। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে টিকটৰ মূল্য হ'ব ৪৭৫ টকা। ন্যূনতম ১৫০০ টকাৰ পৰা সৰ্বোচ্চ ৬ হাজাৰ টকাপৰ্যন্ত নিৰ্ধাৰণ টিকটৰ মূল্য। ২ অক্টোবৰত অনুষ্ঠিত হ'ব ভাৰত-দক্ষিণ আফ্ৰিকাৰ খেল। বৰ্ষাপাৰাত ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ'ব খেলখন। অন্যান্য টিকটৰ দৰ হৈছে ২০০০, ৩০০০, ৩৫০০, ৪০০০ টকা।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
लम्पी आजारापासून पशुधन वाचविण्यासाठी यंत्रणेने तातडीने पाऊले उचलावीत
लम्पी आजारापासून पशुधन वाचविण्यासाठी यंत्रणेने तातडीने पाऊले उचलावीत
--राज्य मंत्रिमंडळ...
ড° প্ৰাপ্তি ঠাকুৰক সম্বৰ্ধনা ধনশিৰি মহকুমা সাংবাদিক সংস্থাৰ
ধনশিৰি মহকুমাৰ উচ্চ শিক্ষাৰ অন্যতম প্ৰাণকেন্দ্ৰ স্বৰূপ সৰুপথাৰ মহাবিদ্যালয়ৰ নব নিযুক্ত...
असद की मुश्किलें बढ़ी, पहले देश छूटा अब पत्नी अस्मा ने भी छोड़ा साथ; रूस की अदालत में दी अर्जी
नई दिल्ली। सीरिया के अपदस्थ राष्ट्रपति बशर अल-असद की पत्नी अस्मा अल-असद ने अदालत में तलाक के...
ડીસા તાલુકાના સવિયાણા ગામે સરપંચ દ્વારા નવિન પાણીનાં બોરનું ખાતમુહૂર્ત કરાયું
ડીસા તાલુકાના સવિયાણા ગામે સરપંચ દ્વારા નવિન પાણીનાં બોરનું ખાતમુહૂર્ત કરાયું
कोटा शहर में जलापूर्ति की समस्या
कोटा शहर में जलापूर्ति समस्या को लेकर आज जलदाय विभाग में कोटा दक्षिण विधायक संदीप शर्मा व नेता...