আৰক্ষীৰ বৃহৎ সাফল্য পশু ধন জব্দ।শনিবাৰ নিশা দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ শিশুমাৰাৰ ভাৰত- বাংলাদেশী সীমান্তত BSFয়ে চাৰিটা কৈ চোৰাং গৰু জব্দ কৰে।