মাজুলী উত্তৰ কমলাবাৰী মৰিটুনী পথত অঘটন।
নিয়ন্ত্ৰণ হেৰুৱাই ই ৰিস্কা সোমাল ডুবিত।
পানীত সোমোৱা ই-ৰিক্সা খনত আছিল ১০জন যাত্ৰীৰ লগতে আছিল এটি কনমানি শিশু।
কথমপি ৰক্ষা ১০ যাত্ৰীৰ।
( মাৰে হৰি ৰাখে কোনে। ৰাখে হৰি মাৰে কোনে। )
পানীৰ মাজৰ পৰা সৌভাগ্য কমে বাচি আহে যাত্ৰী সকল।
অত্যাধিক যাত্ৰী ই-ৰিক্সাত উঠোৱাৰ ফলতেই সংঘটিত হয় এই ঘটনাৰ।
ইয়াৰে শিশুটি চিকিৎসাৰ বাবে কমলাবাৰী চিকিৎসালয়লে নিয়া হৈছিল যদিও উন্নত চিকিৎসাৰ বাবে গড়মুৰ পিতাম্বৰদেৱ জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
বৰ্তমানেও পানীৰ তলতে সোমাই আছে ই-ৰিক্সা খন।