সোণাৰিৰ শালকাঠনী চাহ বাগিচাত সংঘটিত হত্যাকাণ্ডৰ লগত জড়িত দুই অভিযুক্তক জেললৈ প্ৰেৰণ। সোমবাৰে হত্যাকাণ্ড সংঘটিত হোৱাৰ পাছতে আটকাধীন দুই অভিযুক্তক জেললৈ প্ৰেৰণ কৰিলে আৰক্ষীয়ে। সাপেখাতি আৰক্ষীয়ে নিশাই আটক কৰা পাছত আজি জেললৈ প্ৰেৰণ কৰিলে অভিযুক্ত শ্ৰমিক খগেন তাঁতী আৰু ৰমেশ তাঁতীক। উল্লেখ্য যে দীৰ্ঘদিন ধৰি বাগিচাখনত সন্ত্ৰাস চলায় অহা মংগলু তাঁতীক সোমবাৰে গণপ্ৰহাৰৰ ফলত মৃত্যু হৈছিল ঘটনাস্থলীতে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
૮૦ થી વધુ વયના તેમજ શતાયુ મતદારોને સન્માનિત કરવામાં આવ્યા
વિશ્વ વરિષ્ઠ નાગરિક દિન નિમિત્તે અમરેલી જિલ્લા ચૂંટણી અધિકારી અને કલેકટરશ્રી દ્વારા જિલ્લાના ૮૦...
UP के Kanpur की पुलिस क्या सो रही थी? Ghatampur में हुई वीभत्स घटना पर Yogi सरकार चुप क्यों?
UP के Kanpur की पुलिस क्या सो रही थी? Ghatampur में हुई वीभत्स घटना पर Yogi सरकार चुप क्यों?
MCN NEWS| श्री स्वामी समर्थ प्रकट दिनी वैजापूर केंद्रात विविध कार्यक्रम
MCN NEWS| श्री स्वामी समर्थ प्रकट दिनी वैजापूर केंद्रात विविध कार्यक्रम
हर्ष उल्लास के साथ मनाया गया राजस्थान पुलिस स्थापना दिवस- 2024
जिला पुलिस अधीक्षक बून्दी ने बताया की महानिदेशक पुलिस राजस्थान जयपुर के आदेशानुसार राजस्थान...
দুটি কণমানি প্ৰাপ্তি আৰু নেন্সিৰ কণ্ঠত সুন্দৰ গীত উপভোগ কৰো আহক
দুটি কণমানি প্ৰাপ্তি আৰু নেন্সিৰ কণ্ঠত সুন্দৰ গীত উপভোগ কৰো আহক