গোলাঘাটত টাই আহোম যুৱ পৰিষদৰ প্ৰতিবাদ । আঙুৰলতা ডেকাৰ প্ৰতিকৃতি দাহ । বাটা চাৰিআলি ত সাব্যস্ত কৰে এই প্ৰতিবাদ ।