মুখ্যমন্ত্ৰী নিৰ্দেশৰ পাছত নিচা জাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান তীব্ৰ ভাবে চলাই থকা পৰিলক্ষিত হৈছে । ৰাজ্যৰ বিভিন্ন প্রান্তৰ দৰে মৰাণতো চলিছে ড্ৰাগছ, গাঞ্জাৰ বিৰুদ্ধে এই অভিযান । ডিব্ৰুগড়ৰ জিলা মৰাণ আৰক্ষীয়ে গোপন সূত্ৰৰ পমখেদি ৫ গ্ৰাম ড্ৰাগছ, চিৰিঞ্জ সহ AS04 D 6858 নম্বৰৰ মাৰুতী জেন জব্দ কৰাৰ লগতে দুগৰাকী যুৱকক আটক কৰি জেললৈ প্ৰেৰণ কৰিছে । যুৱক দুগৰাকী নাম আদিত্য ফুকন, শংকু গগৈ। দুই জনকে সোধপোচ কৰি ৰঙাঘৰৰ লৈ প্ৰেৰণ কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
બાળ લગ્ન જેવા દુષણો દૂર કરનાર રાજા રામ મોહન રાયજીની આજે જન્મ જયંતી 2022 | Spark Today News Vadodara
બાળ લગ્ન જેવા દુષણો દૂર કરનાર રાજા રામ મોહન રાયજીની આજે જન્મ જયંતી 2022 | Spark Today News Vadodara
कोटा में ड्रग्स के खिलाफ पुलिस का ऑपरेशन क्लीन स्वीप, KOTA एसपी का मैसेज @rajasthanpolice39
कोटा में ड्रग्स के खिलाफ पुलिस का ऑपरेशन क्लीन स्वीप, KOTA एसपी का मैसेज
गंगा दशमी के अवसर पर बूंदी के आराध्य भगवान श्री रंगनाथ नै नौका विहार किया, श्री जगन्नाथ, श्री बलभद्र, बहन सुभद्रा की प्रतिमाओं का विमान इस्कॉन से जुड़े भक्तजन लेकर मंदिर पर पहुंचे
श्री रंगनाथ सेवा समिति अध्यक्ष पुरुषोत्तम...
વડોદરામાં બુકીંગના નામે કરોડો રૂપિયાનું ‘બૂચ’ મારનાર બિલ્ડર અપૂર્વ પટેલ સામે નોંધાઈ વધુ ત્રણ ફરિયાદ
વડોદરામાં લોકોનું કરી નાખનાર સિદ્ધિવિનાયક ડેવલોપર્સના બિલ્ડર અપૂર્વ પટેલ અને તેની પત્ની સામે...