Golaghat Teacher Protest at DO office 

Breaking_____

##শিক্ষকৰ প্ৰতিবাদত কপিল গোলাঘাটৰ জিলা শিক্ষা বিষয়াৰ কাৰ্য্যলয়।

গোলাঘাট জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্য্যালয়ৰ চৌহদত অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘৰ আহ্বানত বিভিন্ন দাবী উত্থাপনৰে শিক্ষক সমাজৰ ধৰ্ণা কাৰ্যসূচী l

##পুৰণা পেঞ্চন নীতি বাহাল ৰাখি নতুন পেঞ্চন নীতি বাতিল কৰা,ঠিকাভিত্তিত থকা শিক্ষক সকলক অতি শীঘ্ৰে নিয়মীয়াকৰণ কৰা,নতুন শিক্ষা নীতি আতৰাই পুৰণা শিক্ষা নীতি বাহাল ৰখাকে ধৰি বিভিন্ন দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে শিক্ষাগুৰু সকলে।

##অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘৰ আহ্বানত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ নেতৃত্বত গোলাঘাট, বোকাখাত,ধনশিৰী,মহকুমাৰ সহযোগত গোলাঘাট মহকুমা সমিতিৰ সহযোগত এক ঘন্টীয়া এই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে