ঢকুৱাখনা আবকাৰী চক্ৰৰ অন্তৰ্গত বিভিন্ন গ্ৰামাঞ্চলত সোমবাৰে অবৈধ চুলাই বিৰোধী অভিযান চলোৱা হয়।লাক্ষীমপুৰ জিলা আবকাৰী বিভাগৰ অধীক্ষক শান্তনু হাজৰিকা নেতৃত্বত ,ঢকুৱাখনা আবকাৰী বিভাগৰ চক্ৰ পৰিদৰ্শক ভূপেন শইকীয়াৰ তত্ত্বাৱধানত আৰু লাক্ষীমপুৰ সদৰ আবকাৰী চক্ৰৰ সহকাৰী আবকাৰী পৰিদৰ্শক দিলীপ কলিতা সহযোগত ঢকুৱাখনা চক্ৰৰ অন্তৰ্গত বাহপৰা, বৰবাৰী ,বকুলগুৰি, দক্ষিণ চাপৰি ,থেকেৰা গুৰি গাওঁ, ঘিলামৰা দীঘলী আদি গ্ৰামাঞ্চলত বিশাল আবকাৰী আৰু লাক্ষীমপুৰ আৰক্ষী চাউনিৰ আৰক্ষী বাহিনীৰ সহযোগিতাৰে চলোৱা অভিযান কালত হাবি জংঘল,ধাননি পথাৰৰ মাজত আৰু ঘৰৰ ভিতৰত মজুত ৰখা বৃহৎ পৰিমাণৰ অবৈধ চুলাই মদ নষ্ট কৰি চুলাই ঘাটি সমূহ উচ্ছেদ কৰা হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ડીપ બનાવાતા આજુબાજુના ખેડૂતોને મુશ્કેલી
ખેડબ્રહ્મા નગરપાલિકા દ્વારા પાદરડી જવાના રસ્તા ઉપર ડીપ બનાવતા આજુબાજુ ખેડૂતોને પડતી હાલાકી...
Bhergaon district Bodo Sahatya Sabha organised a colourful programme at Bhergaon
Bhergaon district Bodo Sahatya sobha organised a colourful pogramme at Bhergaon.
ধেমাজি জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানত আজাদি কি অমৃত মহোৎসৱৰ সামৰনি
১৫ আগষ্টঃ ধেমাজি জিলাৰ পাঁচ আলিস্থিত জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানত যোৱা ১১ আগষ্টৰ পৰা...
खानपुर तालुका में भादर बांध 95 प्रतिशत भर गया है।
खानपुर तालुका में भादर बांध 95 प्रतिशत भर गया है।