চিলাপথাৰৰ বিশিষ্ট লেখিকা, কবি চিমেনচাপৰি মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপিকা ড০ প্ৰমলতা শৰ্মাৰ পৰলোকপ্ৰাপ্তি । দিৰ্ঘদিনৰ পৰাই এক অচিন ৰোগত আক্ৰান্ত হৈ ডিব্ৰুগড় মেডিকেল কলেজত চিকিৎসাধীন অৱস্থাত যোৱা নিশা শেষ নিশ্বাস ত্যাগ কৰে তেওঁৰ । আজি পুৱাই তেওঁ মৃতদেহ স্বগৃহত আহি পোৱাৰ পিছতেই এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয় । উল্লেখ্য যে ড০প্ৰেমলতা শৰ্মা চিমেন চাপৰি মহাবিদ্যালয়ৰ সহাকাৰী অধ্যাপিকা হিচাপে কৰ্মৰত থকাৰ ওপৰি চিলাপথাৰৰ বহু সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত ওতঃপ্ৰোত বাবে তেখেত জড়িত আছিল । সাৰথি স্বেচ্ছাসেৱী সংস্হা ৰ উপদেষ্টা ও আছিল । চিলাপথাৰৰ দল সংগঠনৰ লগতে বিদ্যালয় মহাবিদ্যালয় বহু সংখ্যক ছাত্ৰ-ছাত্ৰীৰ লগতে ব্যক্তি বিশেষ তেখেতৰ মৃতদেহ ক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰেঁ। তেখেতৰ মৃত্যুয়ে সমূগ্ৰহ চিলাপথাৰ অঞ্চলত শোক ছাঁ পৰিছে।
চিলাপথাৰৰ চিমেনচাপৰি মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা ড০ প্ৰেমলতা শৰ্মাৰ পৰলোকপ্ৰাপ্তি, দল সংগঠন বুদ্ধিজীৱী অগণন গুণমুগ্ধ ৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন ,তেখেতৰ মৃত্যু ত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে
![](https://i.ytimg.com/vi/vN1dhnn77xE/hqdefault.jpg)
![Like](https://storage.googleapis.com/nerity.com/uploads/reactions/like.png)