চিলাপথাৰৰ বিশিষ্ট লেখিকা, কবি চিমেনচাপৰি মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপিকা ড০ প্ৰমলতা শৰ্মাৰ পৰলোকপ্ৰাপ্তি । দিৰ্ঘদিনৰ পৰাই এক অচিন ৰোগত আক্ৰান্ত হৈ ডিব্ৰুগড় মেডিকেল কলেজত চিকিৎসাধীন অৱস্থাত যোৱা নিশা শেষ নিশ্বাস ত্যাগ কৰে তেওঁৰ । আজি পুৱাই তেওঁ মৃতদেহ স্বগৃহত আহি পোৱাৰ পিছতেই এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয় । উল্লেখ্য যে ড০প্ৰেমলতা শৰ্মা চিমেন চাপৰি মহাবিদ্যালয়ৰ সহাকাৰী অধ্যাপিকা হিচাপে কৰ্মৰত থকাৰ ওপৰি চিলাপথাৰৰ বহু সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত ওতঃপ্ৰোত বাবে তেখেত জড়িত আছিল । সাৰথি স্বেচ্ছাসেৱী সংস্হা ৰ উপদেষ্টা ও আছিল । চিলাপথাৰৰ দল সংগঠনৰ লগতে বিদ্যালয় মহাবিদ্যালয় বহু সংখ্যক ছাত্ৰ-ছাত্ৰীৰ লগতে ব্যক্তি বিশেষ তেখেতৰ মৃতদেহ ক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰেঁ। তেখেতৰ মৃত্যুয়ে সমূগ্ৰহ চিলাপথাৰ অঞ্চলত শোক ছাঁ পৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
নেঘেৰিটিং বৰ নামঘৰত শংকৰদেৱৰ ৫৭৪ সংখ্যক জন্মোসৱ উদযাপন
সদৌ অসম তৰুণ বিদ্যাৰ্থী সমাজ,অসম নেঘেৰিটিং শাখা সমিতিৰ উদ্যোগত উদ্ধৱজ্যোতি দাসৰ প্ৰচেষ্টাত এক শৰণ...
કૃષ્ણનગર પોલીસ સ્ટેશનના મારામારી ગુન્હામાં નાસતા ફરતા આરોપીને ઝડપી
પાડતી અમદાવાદ શહેર એસ.ઓ.જી. ક્રાઇમ બ્રાન્ચ
પોલીસ કમિશનરશ્રી, અમદાવાદ શહેર તથા અધિક પોલીસ કમિશનરશ્રી,
ક્રાઇમ બ્રાંચ, તથા નાયબ પોલીસ...
रेल्वे स्थानकावर भयानक थरार, एक महिला कोसळली,व्हिडिओ व्हायरल
रेल्वे स्थानकावर भयानक थरार, एक महिला कोसळली,व्हिडिओ व्हायरल
Boycott Maldives: मालदीव पहुंचे टूरिस्ट ने आखिर क्यों लक्षद्वीप घुमने की दी सलाह ? | Lakshadweep
Boycott Maldives: मालदीव पहुंचे टूरिस्ट ने आखिर क्यों लक्षद्वीप घुमने की दी सलाह ? | Lakshadweep
પઠાણ ફિલ્મનો બાયકોટ અને ઈતિહાશિક રેકોર્ડ સાથે રીલીજ થઇ ક્યાક વિરોધતો ક્યાક ચાહકો દ્વારા જસ્ન મનાવાયા
પઠાન ફિલ્મ દેશભરમાં 5,200 સ્ક્રીન્સ પર રિલીઝ થઈ. ક્યાંક આ ફિલ્મને સમર્થન મળી રહ્યું છે તો ક્યાંક...