সোণাৰি সাপেখাতীৰ শালকাঠনি চাহ বাগিছাত নৃশংস হত্যাকাণ্ডত জড়িত লোকক বিচাৰি আৰক্ষী বাহিনীৰ অভিযান। মংগলু তাতী নামৰ উদণ্ড লোক এজনক ৰাইজে গণ প্ৰহাৰ কৰি হত্যা কৰাৰ পাছতে পুৱতি নিশা চৰাইদেউ জিলা আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীৰ অভিযান।ঘটনাৰ সন্দৰ্ভত শালকাঠনি চাহ বাগিচাৰ ধুবি লাইনৰ দুই ভাতৃ খগেন তাঁতী আৰু ৰমেশ তাঁতীক সোধপোছৰ বাবে আটক সাপেখাতী আৰক্ষীৰ। ইফালে এই লোক দুজনক আটক কৰাৰ পাছত সাপেখাতী আৰক্ষী থানাত বাগিচাৰ শ্ৰমিকে উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰাৰ আশংকাত মূল প্ৰৱেশ দ্বাৰ বন্ধ কৰি ৰাখিছে আৰক্ষীয়ে।থানাৰ সন্মূখত উপস্থিত শালকাঠনি চাহ বাগিচাৰ শ শ শ্ৰমিক। আটকাধীন লোক কেইজনক মুক্তি কৰক অন্যথা ৰাইজক আটক কৰাৰ দাবী।সাপেখাতি আৰক্ষী থানাত পৰিস্থিতি উত্তপ্ত হোৱাৰ আশংকা।পথত বেৰিকেড সাজি থানালৈ অহাত বাধা শ্ৰমিকক।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
અરવિંદ કેજરીવાલના રોડ શો દરમ્યાન મોદી મોદીના નારા લાગતા અરવિંદ કેજરીવાલે શું જવાબ આપ્યો સાંભળો.
અરવિંદ કેજરીવાલના રોડ શો દરમ્યાન મોદી મોદીના નારા લાગતા અરવિંદ કેજરીવાલે શું જવાબ આપ્યો સાંભળો.
चुनावी राह पर अकेली चली BSP, गठबंधनों की राह में अटकाएंगी रोड़े
नई दिल्ली। उत्तरप्रदेश में 19 प्रतिशत वोटों की साझेदार बसपा की ओर न तो राष्ट्रीय जनतांत्रिक...
अजितदादा पवार पत्रकार परिषद #Live Now
अजितदादा पवार यांची पत्रकार परिषद #Live Now
ડીસામાં યુવકે ચાદરથી ગળેફાંસો ખાઇ આત્મહત્યા કરતાં ચકચાર
ડીસાના વાડી રોડ વિસ્તારના યુવકે બુધવારે પોતાના ઘરમાં ચાદરથી ગળેફાંસો ખાઇ આપઘાત કરી લીધો હતો.જો...