সোণাৰি সাপেখাতীৰ শালকাঠনি চাহ বাগিছাত নৃশংস হত্যাকাণ্ডত জড়িত লোকক বিচাৰি আৰক্ষী বাহিনীৰ অভিযান। মংগলু তাতী নামৰ উদণ্ড লোক এজনক ৰাইজে গণ প্ৰহাৰ কৰি হত্যা কৰাৰ পাছতে পুৱতি নিশা চৰাইদেউ জিলা আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীৰ অভিযান।ঘটনাৰ সন্দৰ্ভত শালকাঠনি চাহ বাগিচাৰ ধুবি লাইনৰ দুই ভাতৃ খগেন তাঁতী আৰু ৰমেশ তাঁতীক সোধপোছৰ বাবে আটক সাপেখাতী আৰক্ষীৰ। ইফালে এই লোক দুজনক আটক কৰাৰ পাছত সাপেখাতী আৰক্ষী থানাত বাগিচাৰ শ্ৰমিকে উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰাৰ আশংকাত মূল প্ৰৱেশ দ্বাৰ বন্ধ কৰি ৰাখিছে আৰক্ষীয়ে।থানাৰ সন্মূখত উপস্থিত শালকাঠনি চাহ বাগিচাৰ শ শ শ্ৰমিক। আটকাধীন লোক কেইজনক মুক্তি কৰক অন্যথা ৰাইজক আটক কৰাৰ দাবী।সাপেখাতি আৰক্ষী থানাত পৰিস্থিতি উত্তপ্ত হোৱাৰ আশংকা।পথত বেৰিকেড সাজি থানালৈ অহাত বাধা শ্ৰমিকক।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
1995માં શંકરસિંહ વાઘેલા મુખ્યમંત્રી થવા માગતા હતા, નરેન્દ્ર મોદીએ ઊંધો પાડ્યો દાવ - Prashant dayal
1995માં શંકરસિંહ વાઘેલા મુખ્યમંત્રી થવા માગતા હતા, નરેન્દ્ર મોદીએ ઊંધો પાડ્યો દાવ - Prashant dayal
सलेहा के नए थाना प्रभारी महेंद्र सिंह ने पदभार संभाला
गुनौर :सलेहा थाने में नए थाना प्रभारी के रूप में महेंद्र सिंह भदोरिया ने सोमवार...
स्वदेश दर्शन योजना- 2.0 की डेस्टिनेशन मैनेजमेंट कमेटी की बैठक सम्पन्न
स्वदेश दर्शन योजना- 2.0 की डेस्टिनेशन मैनेजमेंट कमेटी की बैठक शुक्रवार को जिला कलक्टर अक्षय...
विरोधकांच्या आरोपावर अब्दुल सत्तारांचे जोरदार उत्तर
जालना .कृषी मंत्री अब्दुल सत्तार यांच्या विद्यार्थ्यांना पाचवीपासून शेतीचे धडे देण्यात येतील या...
সুবাস ৰহাৰ শ্ৰীকৃষ্ণ ৰাস মহোৎসৱ ১৪নবেম্বৰৰ পৰা।শিশু দিৱস উপলক্ষে অনুষ্ঠিত হব শিশু ৰাস।
ৰহা বজাৰৰ মাজমজিয়াত শিক্ষিত যুৱক যুৱতী ৰ দ্বাৰা স্থাপিত সামাজিক, সাংস্কৃতিক অনুষ্ঠান সুবাস ৰহাৰ...