লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ খেৰাজখাটস্থিত লখিমপুৰ পলিটেকনিকত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সন্থাৰ তীব্ৰ প্ৰতিবাদ। প্ৰতিবাদকাৰী সকলে তেওঁলোকৰ ১১ মাহৰ দৰমহাৰ ধন মুকলি কৰি দিয়ক,চাকৰি নিয়মীয়াকৰণ কৰক,আমাৰ জীৱনৰ মূল্য দিয়ক,আমাক জীয়াই থাকিবলৈ দিয়ক আদি শ্ল'গানেৰে মহাবিদ্য়ালয়খনৰ পৰিৱেশ উত্তাল কৰি তোলে। উল্লেখ্য যে অসমৰ ১১ খন নৱনিৰ্মিত পলিটেকনিক আৰু ২ খন ইঞ্জিনিয়াৰিং কলেজৰ মুঠ ৩৪৮ গৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে বিগত ১১ মাহ ধৰি প্ৰাপ্য দৰমহাৰ পৰা বঞ্চিত হৈ আছে। তাৰোপৰি প্ৰতিবাদকাৰী সকলৰ মতে নিশা-দিন একাকাৰ কৰি কলেজৰ কামত নিয়োজিত হৈ আছে যদিও এইসকল কৰ্মচাৰীয়ে নূন্যতম যি দৰমহা লাভ কৰে সেই দৰমহাই পৰিয়াল পোহপাল দিয়াত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে। যেতিয়ালৈকে ৰাজ্য চৰকাৰে দাবী সমূহ মানি নলয় তেতিয়ালৈকে কৰ্ম বিৰতি পালন কৰি যাব বুলি উল্লেখ কৰে প্ৰতিবাদকাৰীসকলে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
প্ৰবীন অভিনেতা ভোলা কটকীক শেষ বিদায় দিবলৈ উপস্থিত হ'ল অসংখ্য গুণমুগ্ধ
প্ৰবীন চলচিত্ৰ অভিনেতা ভোলা কটকীক শেষ বিদায় দিবলৈ জামুগুৰিহাটৰ বাসগৃহত উপস্থিত হ'ল অসংখ্য গুণমুগ্ধৰ।
72 Lakh ની ઠગાઈ કરવાના ગુના મા સંડોવાયેલ આરોપી ને ક્રાઇમ બ્રાન્ચ એ શોધી કાઢ્યો
72 Lakh ની ઠગાઈ કરવાના ગુના મા સંડોવાયેલ આરોપી ને ક્રાઇમ બ્રાન્ચ એ શોધી કાઢ્યો
Israel-Hamas War के बीच किसके कहने पर रफ़ा बॉर्डर खोलने को राजी हुआ Israel ?
Israel-Hamas War के बीच किसके कहने पर रफ़ा बॉर्डर खोलने को राजी हुआ Israel ?
કોંગ્રેસ વધુ એક રાજીનામું @Sandesh News
કોંગ્રેસ નેતા નું વધુ એક રાજીનામું @Sandesh News
আহোম লেণ্ড গঠনৰ দাবীৰ প্ৰতিবাদত পুনৰ বিভাজিত হল টাইপা
আহোম লেণ্ড গঠনৰ দাবীৰ প্ৰতিবাদত পুনৰ বিভাজিত হল টাইপা
আহোমলেণ্ডৰ দাবীক লৈ টাই আহোম যুৱ পৰিষদৰ...