সৰ্ব ভাৰতীয় NEET পৰীক্ষাত অৱতীৰ্ণ হৈ বিশেষ ভাৱে উত্তীৰ্ণ হোৱা বিলাসীপাৰা মহকুমাৰ চাপৰৰ ছিমৰান আহমেদক AIUDF ৰ বিশেষ সম্বৰ্ধনা। বিধায়ক ছামছুল হুদাৰ হৈ AIUDF কৰ্মীয়ে ছাত্ৰী গৰাকীক জনায় বিশেষ সম্বৰ্ধনা।