স্বাধীনতাৰ ৭৫ তম বৰ্ষ উদযাপনৰ লগত সংগতি ৰাখি প্ৰধান মন্ত্ৰী নৰেদ্ৰ মোডীৰ বিশেষ কাৰ্য্যসূচী। ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ এই বিশেষ কাৰ্যসূচী "মন কি বাত" ৰ জৰিয়তে দেশবাসীক স্বাধীনতাৰ এই অমৃত মহোৎসৱত ভাগ লবলৈ অনুৰোধ জনায়।। এই অনুৰোধ মৰ্মে চতিয়া সমষ্টিৰ অন্তৰ্গত চাৰিদুৱাৰ মণ্ডলৰ লোকৰা পঞ্চায়তৰ 34 নং বুথত মণ্ডল সম্পাদক ধ্ৰুৱজ্যোতি গগৈ তথা 35 নং বুথত যুৱমৰ্চা মণ্ডল সম্পাদক কীৰ্তিকমল নাথ ডাঙৰীয়াৰ লগতে সমূহ ৰাইজৰ উপস্থিতিত "মন কি বাত" কাৰ্যসূচীৰ পালন কৰা হয়। একেদৰে সমষ্টিটোৰ অন্তৰ্গত চাৰিদুৱাৰ জিলা পৰিষদৰ অধিনষ্ঠ চাৰিদুৱাৰ,লখৰা,ভালুকমাৰী আৰু গড়মৰা গাওঁ পঞ্চায়তৰ অন্তৰ্গত সকলো বুথতে এই "মন কি বাত"অনুষ্ঠান পালন কৰা হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
গোলাঘাটত চোৰাং গৰু সহ আটক এজন।
গোলাঘটত অব্যাহত আছে চোৰাং গৰুৰ ৰমৰমিয়া বেহা। নিশা এখন বাহনত চোৰাংকৈ ১৫ টা গৰু সৰবৰাহ কৰোতে...
তিনিচুকীয়াৰ হোটেলত ড্ৰাগছসহ আটক দুই সৰবৰাহকাৰী #news24update #views #news #tinsukia #drugs
তিনিচুকীয়াৰ হোটেলত ড্ৰাগছসহ আটক দুই সৰবৰাহকাৰী #news24update #views #news #tinsukia #drugs
11 વર્કરોએ લેબર શોષણ થતું હોવાની એડવોકેટ મારફતે લેબર ઓફિસમાં ફરિયાદ કરી
11 વર્કરોએ લેબર શોષણ થતું હોવાની એડવોકેટ મારફતે લેબર ઓફિસમાં ફરિયાદ કરી
દાહોદ વન વિભાગના અધિકારીએ કર્યો આપઘાત
દાહોદ વન વિભાગ ના અધિકારી એ કર્યો આપઘાત
પોતાની ખાનગી રીવોલ્વર થી માથા માં ગોળી મારી
રાજ...
ચારણ ગઢવી સમાજ દ્વારા વિશાળ ધર્મસભાનું આયોજન
#buletinindia #gujarat #dwarka