মৰিগাঁৱৰ বাচনাঘাটত পথ দুৰ্ঘটনা। মৰিগাঁও অভিমুখী AS 25 DC 0742 নম্বৰৰ হুণ্ডাই ইয়নে জাগীৰোড অভিমুখী AS 21 G 8331গ্লেমাৰ মটৰ চাইকেলখনত খুন্দিওৱাৰ ফলত মটৰচাইকেল খনৰ আৰোহী ১নং গাগলমাৰীৰ হাবেছ আলী গুৰুতৰভাবে আহত হোৱাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। লগতে কৰফুলী খাতুন নামৰ আহত মহিলা গৰাকীক মৰিগাঁও শ্বহীদ তিলক হেমৰাম গুণাভিৰাম চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত আছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
राजस्थान में एक और खतरनाक वायरस की एंट्री, 5 दिन में 4 बच्चों की संदिग्ध मौत
कोरोना के बाद अब राजस्थान में एक और खतरनाक वायरस की एंट्री हो चुकी है। चांदीपुरा नाम के वायरस के...
કોંગ્રેસના ધારાસભ્ય હર્ષદ રીબડિયાએ આપ્યું રાજીનામું | Gujarat First
કોંગ્રેસના ધારાસભ્ય હર્ષદ રીબડિયાએ આપ્યું રાજીનામું | Gujarat First
মৰাণ থানাৰ এচ আই ভৱেন দত্ত ৰিজাৰ্ভ ক্ল'জ
মৰাণ থানাৰ এচ আই ভৱেন দত্ত ৰিজাৰ্ভ ক্ল'জ
મધ્યપ્રદેશથી આવેલી યુવતીનું 181 અભ્યમની ટીમે પરિવાર સાથે મિલન કરાવ્યું
મધ્યપ્રદેશની સગીરા ભાઈ સાથે ઝઘડો થતાં કોઈને કહ્યા વગર ઘરેથી નીકળી જઈ સુરેન્દ્રનગર રેલવે સ્ટેશન...
হাতী মানুহৰ সংঘাত ৰোধৰ বাবে চ'লাৰ ফেঞ্চিং প্ৰকল্পৰ শুভ উদ্বোধন মন্ত্ৰী অজন্তা নেওগৰ
হাতী মানুহৰ সংঘাত ৰোধৰ বাবে বিভিন্ন সময়ত বহু চৰকাৰী আচনি গ্ৰহণ কৰা হৈছে যদিও আশানুৰূপ সমাধান হোৱা...