কলাইগাঁৱত সুলভ মূল্যৰ চাউল বিতৰণত অনিয়মৰ বিৰুদ্ধে ওলাই আহিল স্থানীয় ৰাইজ। কলাইগাওঁ ভেহুগুৰি গাঁৱৰ ৰাইজে"আমাৰ প্ৰাপ্য আমাক লাগিবই" বুলি দাবী কৰি প্ৰতিবাদ মুখৰ হৈ পৰে। উল্লেখযোগ্য যে গাওঁখনৰে সুলভ মূল্যৰ দোকানী মহেন্দ্ৰ দাসে নিজৰ খেয়াল খুচি মতে চাউল হিতাধিকাৰিক বিতৰণ কৰাৰ উপৰিও বহু হিতাধিকাৰিৰ ৰেচন কাৰ্ড কৰ্তন কৰাৰ লগতে কাৰ্ডত উল্লেখ থকা হিতাধিকাৰিৰ পৰিয়ালৰ নামৰ বিপৰিতে কম কৈ চাউল বিতৰণ কৰাৰ অভিযোগ উত্থাপন কৰে। অৱশেষত গাওঁবাসি ৰাইজ অতিষ্ঠ হৈ বঞ্চিত লোক সকলে দোকানী গৰাকীৰ অনিয়মৰ বিৰুদ্ধে জাঙুৰ খাই উঠাৰ উপৰিও নিজৰ প্ৰাপ্য বিচাৰি হাতে হাতে ৰেচন কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে। ইয়াৰ উপৰিও স্থানীয় ৰাইজে চৰকাৰ তথা বিভাগীয় কৰ্তীপক্ষক দোকানী জনৰ অনিয়মৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
सोनिया गांधी यांच्या ED चौकशीच्या विरोधात काँग्रेसचे आंदोलन.
सोनिया गांधी यांच्या ED चौकशीच्या विरोधात काँग्रेसचे आंदोलन.
कृष्णमय हुआ मायड़ फाउंडेशन, मनाया जन्मोत्सव
कृष्णमय हुआ मायड़ फाउंडेशन, मनाया जन्मोत्सव
मेड़ता सिटी :
सजग रुप से हो रहे हर...
ड्रोन से किसानों पर आंसू गैस फेंके! देखिए Live के दौरान कैमरे पर जो कैद हुआ! Delhi Farmers Protest
ड्रोन से किसानों पर आंसू गैस फेंके! देखिए Live के दौरान कैमरे पर जो कैद हुआ! Delhi Farmers Protest
4 September 2022 | Aaj Ka Rashifal |Today Astrology |Today Rashifal in Hindi | Latest |Live #dblive
4 September 2022 | Aaj Ka Rashifal |Today Astrology |Today Rashifal in Hindi | Latest |Live #dblive