কলাইগাঁৱত সুলভ মূল্যৰ চাউল বিতৰণত অনিয়মৰ বিৰুদ্ধে ওলাই আহিল স্থানীয় ৰাইজ। কলাইগাওঁ ভেহুগুৰি গাঁৱৰ ৰাইজে"আমাৰ প্ৰাপ্য আমাক লাগিবই" বুলি দাবী কৰি প্ৰতিবাদ মুখৰ হৈ পৰে। উল্লেখযোগ্য যে গাওঁখনৰে সুলভ মূল্যৰ দোকানী মহেন্দ্ৰ দাসে নিজৰ খেয়াল খুচি মতে চাউল হিতাধিকাৰিক বিতৰণ কৰাৰ উপৰিও বহু হিতাধিকাৰিৰ ৰেচন কাৰ্ড কৰ্তন কৰাৰ লগতে কাৰ্ডত উল্লেখ থকা হিতাধিকাৰিৰ পৰিয়ালৰ নামৰ বিপৰিতে কম কৈ চাউল বিতৰণ কৰাৰ অভিযোগ উত্থাপন কৰে। অৱশেষত গাওঁবাসি ৰাইজ অতিষ্ঠ হৈ বঞ্চিত লোক সকলে দোকানী গৰাকীৰ অনিয়মৰ বিৰুদ্ধে জাঙুৰ খাই উঠাৰ উপৰিও নিজৰ প্ৰাপ্য বিচাৰি হাতে হাতে ৰেচন কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে। ইয়াৰ উপৰিও স্থানীয় ৰাইজে চৰকাৰ তথা বিভাগীয় কৰ্তীপক্ষক দোকানী জনৰ অনিয়মৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Sobha Yatra News Update: शोभा यात्रा पार्ट-2 कितना तैयार नूंह ? | Braj Mandal Yatra | Nuh Yatra News
Sobha Yatra News Update: शोभा यात्रा पार्ट-2 कितना तैयार नूंह ? | Braj Mandal Yatra | Nuh Yatra News
Deputy CM का पद असंवैधानिक है? Diya Kumari और Premchand Bairwa के खिलाफ याचिका के बाद बवाल
Deputy CM का पद असंवैधानिक है? Diya Kumari और Premchand Bairwa के खिलाफ याचिका के बाद बवाल
Stock Market LIVE Updates | Sensex 280 अंक ऊपर, निफ्टी 22,100 के पार, सभी सेक्टर हरे निशान में
Stock Market LIVE Updates | Sensex 280 अंक ऊपर, निफ्टी 22,100 के पार, सभी सेक्टर हरे निशान में
ડીસા લાયન્સ હોલ ખાતે વિશ્વાસ થી વિકાસ કાર્યક્રમ યોજાયો
ડીસા લાઇન્સ હોલ ખાતે વિશ્વાસથી વિકાસ યાત્રા કાર્યક્રમ યોજાયો.. ધારાસભ્ય શશીકાંત પડ્યાં સહિત...
शिंदे गट वगैरे काहीही नाही ,शिवसेना आमचीच ! आरोग्यमंत्री तानाजी सावंत
शिंदे गट वगैरे काहीही नाही ,शिवसेना आमचीच ! आरोग्यमंत्री तानाजी सावंत