নলবাৰী জিলাৰ ঘগ্ৰাপাৰৰ থানাৰ অন্তৰ্গত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ বিলপাৰ নাৰিকুছি চ'কত আজি পুৱা প্ৰায় ১০ বজাত পথটো পাৰাপাৰ হ'ব ধৰাত তীব্ৰ বেগী চাৰীচকীয়া বাহনে প্ৰচণ্ড খুণ্ড মৰাত এজন লোক থিতাতে নিহত হয়।ঘটনাস্থলীত ঘগ্ৰাপাৰ থানাৰ আৰক্ষী আহি মৃত দেহটো মৰোত্তণ পৰীক্ষাৰ বাবে নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।বাতৰি লিখা পৰললৈকে লোক জন চিনাক্ত হোৱা নাই।।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
EC Issues Notice To Rahul Gandhi: चुनाव आयोग ने 'पनौती' वाले बयान पर राहुल गांधी को नोटिस जारी किया
EC Issues Notice To Rahul Gandhi: चुनाव आयोग ने 'पनौती' वाले बयान पर राहुल गांधी को नोटिस जारी किया
અર્બુદા સેના દ્વારા સૌ પ્રથમ વાર વિસામો ખુલ્લો મુકાયો
#buletinindia #gujarat #sabarkantha
আজাদি কা অমৃত মহোৎসৱ উপলক্ষে মঙলদৈ পৌৰসভাৰ অভিনৱ প্ৰচাৰ
আজাদি কা অমৃত মহোৎসৱ উপলক্ষে মঙলদৈ পৌৰসভাৰ অভিনৱ প্ৰচাৰ
আজাদি কা অমৃত মহোৎসৱ উপলক্ষে মঙলদৈ...
Pune जिल्ह्यातल्या या गावात कुठेच गणपती बसत नाही | Morgaon Mayureshwar Temple | Ganesh Utsav 2022
Pune जिल्ह्यातल्या या गावात कुठेच गणपती बसत नाही | Morgaon Mayureshwar Temple | Ganesh Utsav 2022
৪৫৮খন ছীম কাৰ্ডসহ আৰক্ষীৰ জালত কুখ্যাত চাইবাৰ অপৰাধী।
কুখ্যাত চাইবাৰ অপৰাধী আবুল কাছেম।মৰিগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে কুখ্যাত চাইবাৰ অপৰাধীটোক।এজন...