নলবাৰী জিলাৰ ঘগ্ৰাপাৰৰ থানাৰ অন্তৰ্গত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ বিলপাৰ নাৰিকুছি চ'কত আজি পুৱা প্ৰায় ১০ বজাত পথটো পাৰাপাৰ হ'ব ধৰাত তীব্ৰ বেগী চাৰীচকীয়া বাহনে প্ৰচণ্ড খুণ্ড মৰাত এজন লোক থিতাতে নিহত হয়।ঘটনাস্থলীত ঘগ্ৰাপাৰ থানাৰ আৰক্ষী আহি মৃত দেহটো মৰোত্তণ পৰীক্ষাৰ বাবে নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।বাতৰি লিখা পৰললৈকে লোক জন চিনাক্ত হোৱা নাই।।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
જસદણ પાટીદાર શૈક્ષણિક ભવન ખાતે યોજનાર લાપસી મહાપ્રસાદ મહોત્સવના અનુસંધાને માતાજીનો રથ ચીતલીયા કુવા રોડે પહોંચ્યો
તારીખ: 04-03-2023 ને શનિવાર ના રોજ પાટીદાર શૈક્ષણિક ભવન જસદણ ખાતે યોજાનાર લાપસી પ્રસાદ...
৬৫ সংখ্যক অসম চাহ মজদুৰ সংঘৰ প্ৰতিষ্ঠা দিৱস সোণাৰিত উদযাপন
৬৫ সংখ্যক অসম চাহ মজদুৰ সংঘৰ প্ৰতিষ্ঠা দিৱস সোণাৰিত উদযাপন।
অসম চাহ মজদুৰ সংঘৰ ৬৫ সংখ্যক...
#GirSomanath | ગીર સોમનાથના દરિયા કાંઠેથી ઝડપાયો ચરસનો જથ્થો | Divyang News
#GirSomanath | ગીર સોમનાથના દરિયા કાંઠેથી ઝડપાયો ચરસનો જથ્થો | Divyang News