কোকৰাঝাৰ চেপ্তেম্বৰ ১২: কোকৰাঝাৰ চহৰৰ শান্তি নগৰ আৰু টেঙাপাৰাত আজি ৰেলৱে মাটিত অবৈধ ভাৱে বেদখল কৰা ব্যৱসায়ী প্ৰতিষ্ঠানক ৰেল বিভাগে উচ্ছেদ কৰাকলৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কোকৰাঝাৰ ব্যৱসায়ী সন্থাই। কোকৰাঝাৰ ব্যৱসায়ী সন্থাৰ উপ সভাপতি ভৰত শৰ্মাই ৰেল বিভাগৰ উচ্ছেদ অভিযানক প্ৰতিক্ৰিয়া ব্যক্ত কৰি আলিপুৰ দূৱাৰ ৰেলৱে ডিভিজনৰ সংস্লিষ্ট বিভাগক উচ্ছেদ অভিযান সাময়িক ভাৱে স্থগিত ৰাখিবলৈ আহ্বান জনায়। আগন্তুক দুৰ্গা পূজালৈ ব্যৱসায়ী মহলক সকাহ দিয়াৰ লক্ষ্যৰে এই উচ্ছেদ অভিযান বন্ধ কৰা আহ্বান জনাইছে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ৰহা চাপৰমুখৰ সু সন্তান উপানন্দ কটকীক অসম বিদ্যুত নিয়ামক আয়োগৰ সদস্য নিযুক্তি।ৰহা,চাপৰমুখৰ ৰাইজ উৎফুল্লিত।
ৰহা চাপৰমুখৰ বাবে গৌৰৱ ৰ বিষয় যে চাপৰমুখ ৰ সু সন্তান তথা পাৱাৰগ্ৰিড কৰ্পৰেচনৰ প্ৰাক্তন...
बांधवगढ़ टाइगर रिजर्व के हाथी सूर्या पर हमला!!
बांधवगढ़ टाइगर रिजर्व के हाथी सूर्या पर हमला!!
Delhi Flood Alert LIVE Updates: यमुना में उफान, लालकिले तक पहुंचा पानी | Yamuna Water Level | Delhi
Delhi Flood Alert LIVE Updates: यमुना में उफान, लालकिले तक पहुंचा पानी | Yamuna Water Level | Delhi
Apple ने M4 चिप वाला लेटेस्ट iMac लॉन्च किया, नए कलर और AI फीचर से हैं लैस
Apple ने अपने लेटेस्ट iMac को पावरफुल M4 चिप के साथ लॉन्च कर दिया है। नए चिपसेट के साथ-साथ आईमैक...
Congress party meeting is organized on 22/4/2024 Saviour Lutheran Church CDC Hall , Robertsonpet KGF for Kolar MP candidate K.V. Goutham.
April 22, 2024
Congress party meeting is organized on 22/4/2024 Saviour Lutheran Church CDC Hall...