যি সমময়ত এক বস্তা ইউৰীয়া সাৰৰ বাবে সাধাৰন কৃষকে হাহাকাৰ কৰিব লগা হৈছে ,তেনে সময়তে এটি দুষ্ট চক্ৰই চোৰাংভাবে এই বগা ইউৰীয়া কলা বজাৰত বিক্ৰি কৰি ৰমৰমীয়া ব্যৱসায় চলায় গৈছে ৷ এনে এক তথ্য পোহৰলৈ আহিছে হোজাই জিলাৰ ডবকাত ৷ যোৱা নিশা এক গোপন তথ্যৰ ভিত্তিত ডবকা আৰক্ষীয়ে অভিযান চলায় ডবকাৰ মিকিৰআটী হাওঁগাওঁ টোলগেটৰ পৰা দুখন বগা ইউৰীয়া সাৰ ভৰ্তি ট্ৰাক জব্দ কৰিবলৈ সক্ষম হৈছে ৷ জব্দ কৰা ট্ৰাক দুখনৰ নম্বৰ AS02CC 8722 আৰু AS31C 0837 ৷ এই চোৰাং ইউৰীয়া সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে তিনিজনকৈ লোকক আটক কৰাৰ লগতে তেওঁলোকৰ কৱলৰ পৰা AS01ET 2660 নম্বৰৰ এখন চাৰিচকীয়া বিলাসী বাহনো জব্দ কৰে ৷ ধৃত লোক কেইজন হল ক্ৰমে হোজাইৰ ফকৰুল ইছলাম , মোৰাঝাৰৰ ৰাজীব উদ্দিন আৰু লংকাৰআলীৰ তাজ উদ্দিন ৷ আটাইকেইজনে গোলাঘাটৰ পৰা ইউৰীয়া সাৰখিনি কাছাৰ হৈ মিজোৰামলৈ সৰবৰাহ কৰাৰ চেষ্টা চলাইছিল বুলি আৰক্ষীয়ে জানিবলৈ দিছে ৷ দুয়োখন ট্ৰাকৰ পৰা ১২০০ বস্তা ইউৰীয়া সাৰ জব্দ কৰা বুলি জানিব পৰা গৈছে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Dimensity 9300: MediaTek ने पेश किया नया फ्लैगशिप चिपसेट, तगड़ी परफोर्मेंस के साथ गेमिंग का खास होगा एक्सपीरियंस
MediaTek Dimensity 9300 Chipset चिपमेकर कंपनी मीडियाटेक ने अपने यूजर्स के लिए कंपनी के लेटेस्ट...
શહેર કોટડા વિસ્તારમાં થી, ઘરફોડ ચોરીના ગુના ના ચોર ને તાંબાના વાયરના જથ્થા અને રૂપીયા સાથે ધરપકડ,
શહેર કોટડા વિસ્તારમાં થી, ઘરફોડ ચોરીના ગુના ના ચોર ને તાંબાના વાયરના જથ્થા અને રૂપીયા સાથે ધરપકડ,
बाबा सिद्दीकी के बेटे जीशान NCP-अजित गुट में शामिल:बांद्रा पूर्व से चुनाव लड़ेंगे
महाराष्ट्र में विधानसभा चुनाव से पहले उठापटक का दौर जारी है। बाबा सिद्दीकी के बेटे जीशान 25...
પાલનપુર નજીક અજાણ્યા વાહનની ટક્કરથી ડીસાના યાવરપુરાના યુવકનું મોત
પાલનપુર એરોમા સર્કલ અમદાવાદ પુલ નજીક રોડ ક્રોસ કરી રહેલા યુવકનું અજાણ્યા વાહનની ટક્કરે મોત થયું...
बेटी बचाओ-बेटी पढ़ाओ योजना के लिए गठित टास्क फोर्स की बैठक आयोजित। मरू उड़ान के सफल क्रियान्वयन के लिए स्टेक हॉल्डर्स के साथ बैठक आयोजित। आत्मरक्षा, योग, करियर काउंसलिंग और ड्राइविंग लाइसेंस के लिए लगेंगे शिविर।
बाड़मेर, 12 नवंबर। जिला कलक्टर टीना डाबी की अध्यक्षता में मंगलवार को जिला परिषद् सभागार में बेटी...