যি সমময়ত এক বস্তা ইউৰীয়া সাৰৰ বাবে সাধাৰন কৃষকে হাহাকাৰ কৰিব লগা হৈছে ,তেনে সময়তে এটি দুষ্ট চক্ৰই চোৰাংভাবে এই বগা ইউৰীয়া কলা বজাৰত বিক্ৰি কৰি ৰমৰমীয়া ব্যৱসায় চলায় গৈছে ৷ এনে এক তথ্য পোহৰলৈ আহিছে হোজাই জিলাৰ ডবকাত ৷ যোৱা নিশা এক গোপন তথ্যৰ ভিত্তিত ডবকা আৰক্ষীয়ে অভিযান চলায় ডবকাৰ মিকিৰআটী হাওঁগাওঁ টোলগেটৰ পৰা দুখন বগা ইউৰীয়া সাৰ ভৰ্তি ট্ৰাক জব্দ কৰিবলৈ সক্ষম হৈছে ৷ জব্দ কৰা ট্ৰাক দুখনৰ নম্বৰ AS02CC 8722 আৰু AS31C 0837 ৷ এই চোৰাং ইউৰীয়া সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে তিনিজনকৈ লোকক আটক কৰাৰ লগতে তেওঁলোকৰ কৱলৰ পৰা AS01ET 2660 নম্বৰৰ এখন চাৰিচকীয়া বিলাসী বাহনো জব্দ কৰে ৷ ধৃত লোক কেইজন হল ক্ৰমে হোজাইৰ ফকৰুল ইছলাম , মোৰাঝাৰৰ ৰাজীব উদ্দিন আৰু লংকাৰআলীৰ তাজ উদ্দিন ৷ আটাইকেইজনে গোলাঘাটৰ পৰা ইউৰীয়া সাৰখিনি কাছাৰ হৈ মিজোৰামলৈ সৰবৰাহ কৰাৰ চেষ্টা চলাইছিল বুলি আৰক্ষীয়ে জানিবলৈ দিছে ৷ দুয়োখন ট্ৰাকৰ পৰা ১২০০ বস্তা ইউৰীয়া সাৰ জব্দ কৰা বুলি জানিব পৰা গৈছে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
રોડ પર મસ્તી નથી સસ્તી ડ્રામા અમદાવાદ મા પ્રસ્તુત
રોડ પર મસ્તી નથી સસ્તી ડ્રામા અમદાવાદ મા પ્રસ્તુત
આજરોજ અમદાવાદ શિવરંજની પાસે આવેલ...
साइनस का 21-दिन में जड़ से इलाज | Sinus Treatment in 21 Days
साइनस का 21-दिन में जड़ से इलाज | Sinus Treatment in 21 Days
पुरुषों के लिए मेथी दाना के फायदे | fenugreek seeds benefits for Testosterone, weight loss, diabetes
पुरुषों के लिए मेथी दाना के फायदे | fenugreek seeds benefits for Testosterone, weight loss, diabetes
Gold Price Today : MCX पर All Time High पर पहुंचा सोना, क्यों आई अचानक इतनी तेजी? | CNBC Awaaz
Gold Price Today : MCX पर All Time High पर पहुंचा सोना, क्यों आई अचानक इतनी तेजी? | CNBC Awaaz