সমাগত দূৰ্গা পূজাক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰস্তুতি চলিছে। দূৰ্গা পূজা অনুষ্ঠিত কৰিবলৈ উদযাপন সমিতি সমূহ সাজু হোৱাৰ সমান্তৰাল ভাৱে ডিব্ৰুগড় জিলা প্ৰশাসনো সাজু হৈছে শান্তিপূৰ্ণ ভাৱে পূজা অনুষ্ঠিত কৰাৰ বাবে। সমগ্ৰ ডিব্ৰুগড় জিলা খনতে দূৰ্গা পূজা অনুষ্ঠিত কৰাৰ কিছু নীতি নিয়ম সলনি হ'ব এইবাৰ। সেই সম্পৰ্কে ডিব্ৰুগড় জিলা প্ৰশাসনে প্ৰতিটো চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ নিদেৰ্শনা প্ৰেৰণ কৰিছে । ইয়াৰ পাছতে মৰাণৰ গাওঁ প্ৰধান ভৱনত মৰাণৰ চক্ৰ বিষয়াই মৰাণৰ সকলো পূজা সমিতিক লৈ বহিল আলোচনাত। মৰাণৰ চক্ৰ বিষয়া শ্ৰাৱনা সোনোৱালৰ উদ্যোগত অনুষ্ঠিত সভাত মৰাণৰ ন- পুৰণি সকলো পুজা সমিতিৰ বিষয়ববীয়াই অংশগ্ৰহণ কৰাৰ লগত মৰাণ আৰক্ষী থানাৰ আৰক্ষী বিষয়া বিজয় দৈমাৰীয়ে অংশগ্ৰহণ কৰে। এই সভাতে মৰাণ ৰাজহ চক্ৰ বিষয়া গৰাকীয়ে জিলা প্ৰশাসনৰ নিৰ্দেশ সমূহ অৱগত কৰে দূৰ্গা পূজা সমিতি সমূহক। এইবাৰ মৰাণৰ দূৰ্গা পূজা প্লাষ্টিক মুক্ত হ'ব । লগতে দেৱী বিসৰ্জনৰ সময়ত কোনেও ডি.জে বজাব নোৱাৰিব। এই নিয়ম অমান্য কৰিলে প্ৰশাসন কঠোৰ হ'ব বুলি জানিবলৈ দিছে মৰাণৰ ৰাজহ চক্ৰ বিষয়াৰ লগতে মৰাণৰ আৰক্ষী বিষয়া গৰাকীয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Kabir को गाने वाले Prahlad Tipaniya खुद पर जानलेवा हमले, राजनीति में Ram के इस्तेमाल पर ये बोले|GITN
Kabir को गाने वाले Prahlad Tipaniya खुद पर जानलेवा हमले, राजनीति में Ram के इस्तेमाल पर ये बोले|GITN
শোণিতপুৰত আগন্তুক দুৰ্গা-পূজা উদযাপন সন্দৰ্ভত বিশেষ নিৰ্দেশনা
আগন্তুক দুৰ্গা পূজাৰ সময়ত শান্তি, শৃংখলা বৰ্তাই ৰাখি নিয়াৰিকৈ উদযাপন কৰাৰ স্বাৰ্থত শোণিতপুৰ...
જુનાડીસા ગામે મોરબીની દુર્ઘટનાના સદગત આત્માઓ માટે શ્રદ્ધાંજલિ કાર્યક્રમ યોજાયો
જુનાડીસા ગામે મોરબીની દુર્ઘટનાના સદગત આત્માઓ માટે શ્રદ્ધાંજલિ કાર્યક્રમ યોજાયો
એકતા ની...
ડીસામાં ધોળા દિવસે બાઇકની ઉઠાંતરી થતાં ચકચાર
ડીસાના બસ સ્ટેન્ડમાં ભરચક વિસ્તારમાંથી સાંજના સમયે બાઇકની ઉઠાંતરી થઈ હોવાની ઘટના સામે આવી છે. જે...
লক্ষীমপুৰত SBI ATM ত অগ্নিকাণ্ড
লক্ষীমপুৰ চহৰৰ ষ্টেট বেংক অব ইণ্ডিয়াৰ মূল শাখাৰ লগতে থকা ATM টোত সোমবাৰে বিয়লি সংঘটিত হল...