ৰবিবাৰে আমছুৰ ডিব্ৰুগড় জিলা সমিতিৰ চতুৰ্থ দ্বী বাৰ্ষিক শপত গ্ৰহণ অনুষ্ঠানটি দুলিয়াজানৰ ইণ্ডিয়ান অইল ৱাকাছ ইউনিয়নৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। অনুষ্ঠানৰ শুভাৰম্ভ হয় দিহানামেৰে ।ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি ইমতিয়াজ আলি সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত উপস্থিত থাকি বক্তব্য প্ৰদান কৰে আমছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক মিন্নাতুল ইছলাম, সাধাৰণ সম্পাদক ইমতিয়াজ হুছেইন, কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক ছফি আলম খান, প্ৰচাৰ সম্পাদক ইলিয়াছ খান, বিশিষ্ট সাংবাদিক ক্ৰমে প্ৰনবজিৎ বৰা, পবিত্ৰ বৰঠাকুৰ, কৃষ্ণা গগৈ, আব্দুৰ ৰেজ্জাক, দুলিয়াজান মছজিদ সমিতিৰ সভাপতি মহম্মদ ইছলাম, সম্পাদক মহম্মদ নাছেৰ। লগতে উপস্থিত থাকে আমছু ডিব্ৰুগড় জিলা সমিতিৰ বিষয়ববীয়া সকল, ডিব্ৰুগড় জিলা মহিলা কোষ, জিলা অন্তৰ্গত বিভিন্ন আঞ্চলিক সমিতিৰ বিষয়ববীয়া।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
উজনিত কংগ্ৰেছ আৰু ৰাইজৰ দলত মোক্ষম আঘাত
উজনিত কংগ্ৰেছ আৰু ৰাইজৰ দলত মোক্ষম আঘাত
'न्यायपालिका पर खास समूह का दबाव', हरिश साल्वे समेत 500 से ज्यादा वकीलों ने CJI को लिखी चिट्ठी
नई दिल्ली। राजनेताओं से जुड़े मामलों में न्यायपालिका की चयनात्मक आलोचना करना लोकतंत्र के लिए...
এহেজাৰ ত্ৰিৰংগা পতাকাৰে উজ্বলিছে বগীবিল দলঙ।
দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত জাতীয় পতাকাৰে উজ্বলিছে এছিয়া মহাদেশৰ সৰ্ববৃহৎ ৰে'ল আৰু...
INDIA Alliance News: राहुल या ममता... लीडरशिप की लड़ाई खुलकर सामने आई | Rahul Gandhi | Mamata
INDIA Alliance News: राहुल या ममता... लीडरशिप की लड़ाई खुलकर सामने आई | Rahul Gandhi | Mamata