সাপেখাতিৰ শালকাঠনিত গণ প্ৰহাৰত প্ৰাণ গ'ল এজনৰ।চৰাইদেউ জিলাৰ সাপেখাতিৰ শালকাঠনি চাহ বাগিচাত সংঘটিত হোৱা লোমহৰ্ষক হত্যাকাণ্ডই চাঞ্চল্য সৃষ্টি কৰিছে অঞ্চলটোত। আজি পুৱাৰ ভাগত সংঘটিত হত্যাকাণ্ডৰ পাছতে চেপা উত্তেজনাই বিৰাজ কৰিছে চাহ বাগিচাখনত। তথ্য অনুসৰি চাহ বাগিচা খনৰ মঙলু তাঁতী নামৰ লোকজনক মৰিয়াই মৰিয়াই হত্যা কৰে একাংশ লোকে। অঞ্চলটোত বিভিন্ন সময়ত সন্ত্ৰাস চলায় অহা মঙলুৱে কিছুদিনৰপৰা যুৱতী-মহিলা আদি কৰি সকলোকে অশ্লীল মাতকথাৰে বিনা কাৰণত গালি-গালাজ কৰি আহিছিল। আজি পুৱাও তেনে পৰিস্থিতি সংঘটিত হোৱাৰ পৰিপ্ৰেক্ষিতত অতীষ্ঠ হৈ একাংশ লোকে আজি মাৰপিট কৰাৰ ফলত ঠিতাতে নিহত হয় লোকজনৰ। ইফালে ঘটনা সন্দৰ্ভত সাপেখাতি আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
সোণাৰিত অব্যাহত আছে চোৰাং কাঠৰ বেহা
সোণাৰিত অব্যাহত আছে চোৰাং কাঠৰ বেহা।
G-20 पर Shashi Tharoor के बयान से Rahul Gandhi को टेंशन, Modi के हुए फैन ! G20 Summit 2023
G-20 पर Shashi Tharoor के बयान से Rahul Gandhi को टेंशन, Modi के हुए फैन ! G20 Summit 2023
चीनी और तिब्बती परंपरा के बीच विवाद बढ़ा:दलाई लामा के उत्तराधिकारी की नियुक्ति को बिगाड़ सकता है चीन
तिब्बतियों के सर्वोच्च आध्यात्मिक गुरु 89 वर्षीय दलाई लामा की सेहत ठीक है, लेकिन उनकी उम्र को...
બનાસકાંઠાના: ડીસામાં ઝડપાયા નવરાત્રિના ડુપ્લીકેટ પાસ
બનાસકાંઠાના: ડીસામાં ઝડપાયા નવરાત્રિના ડુપ્લીકેટ પાસ