নেভিল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষক দিৱস পালন। সমগ্ৰ দেশৰ সমান্তৰালভাৱে আজি চাৰিদুৱাৰস্থিত নেভিল উচ্চতৰ মাধ্যমিক বিদ্যালয়তো বৰ্ণাঢ্য কাৰ্যসূচীৰে শিক্ষক দিৱস পালন কৰা হয়। বিদ্যালয়ৰ অধ্যক্ষ ৰাজেশ দত্তই মহান শিক্ষাগুৰু ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণদেৱৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি কাৰ্যসূচী শুভাৰম্ভ কৰে। অনুষ্ঠানৰ লগত সংগতি ৰাখি হৰিনাম প্ৰদৰ্শন, অসমীয়া-নেপালী-চাহ জনগোষ্ঠীকে আদি কৰি বিভিন্ন জনগোষ্ঠীয় নৃত্য-গীত, শিক্ষক-শিক্ষয়িত্ৰীসকলক সম্বৰ্ধনা ইত্যাদি কাৰ্যসূচী অনুষ্ঠিত কৰে। অনুষ্ঠানত বিদ্যালয়খনৰ সমূহ শিক্ষাগুৰু, ছাত্ৰ-ছাত্ৰী, অভিভাৱক উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
गणेशोत्सवात नियमाचे उल्लंघन केल्यास होणार कारवाई!@india report
गणेशोत्सवात नियमाचे उल्लंघन केल्यास होणार कारवाई!@india report
ગુજરાત માં ભાજપે તોડ્યા અનેક રેકોર્ડ જાણો કોને કેટલી સીટ મળી
ગુજરાત વિધાનસભાની ની મતગણતરી પુરી થઈ ચૂકી છે અને ફાઇનલ રિજલ્ટ પણ આવી ચુક્યા છે જેમાં ભાજપે તમામ...
KCR govt playing in hands of land mafia, exploiting youth: Chugh
BJP national general secretary Tarun Chugh, who is also party incharge of Telangana, today gave a...