দুটা বছৰৰ বিৰতিৰ পিছত আজি শুনানি হ’ব কা ৰ।উচ্চতম ন্যায়ালয়ত আজি বহু বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইনৰ হ’ব শুনানি ।

তিনি জনীয়া বিচাৰপিঠে গ্ৰহণ কৰিব এই শুনানি।উচ্চতম ন্যায়ালয়ৰ মূখ্য ন্যায়াধীশ উদয় উমেশ ললিতৰ নেতৃত্বত গঠন কৰা তিনিজনীয়া বিচাৰপিঠৰ উপস্থিতিত অনুষ্ঠিত হ’ব কেবৰ শুনানি ।

দুই শতাধিক ৰাজহুৱা স্বাৰ্থ জড়িত আৱেদনৰ ওপৰত হ’ব এই শুনানি। ২০১৯ চনত লোকসভা আৰু ৰাজ্য সভাত গৃহীত হৈছিল কা।