যোৱা নিশাৰ পৰা দিয়া নেৰানেপেৰা বিৰষুণৰ ফলত আজি সোণাৰি নগৰত কৃত্ৰিম বানপানীৰ সৃষ্টি হয়। ইয়াৰ ফলত নগৰৰ খনৰ সৰহসংখ্যাক অঞ্চল প্লাবিত হৈ পৰাত স্থানীয় বাসিন্দা সকলৰ দৈনিক জীৱন যাত্ৰা ব্যাহত হৈ পৰে। নগৰখনৰ ঐতিহ্যমণ্ডিত ভগৱতী প্ৰসাদ বৰুৱা সোঁৱৰণি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বহু সংখ্যক শ্ৰেণী কোঠা বৰষুণৰ পানী সোমাই যোৱাৰ উপৰিও প্ৰাংগণত এক আঁঠু পৰ্যন্ত পানী হৈ যোৱাত ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰী সকল বিদ্যালয়ত প্ৰৱেশ কৰাত অসুবিধাৰ সন্মুখীন হব লগা হয়। বিদ্যালয়খনৰ পঞ্চম, ষষ্ঠ আৰু সপ্তম শ্ৰেণী সমূহত বৰষুণৰ পানী সোমাই যোৱাত বিদ্যালয় কৰ্তৃপক্ষই সেই শ্ৰেণী সমূহৰ পাঠদান বাতিল কৰিব লগা হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
મહુવામાં ક્રાઇમ બ્રાન્ચે દારૂ અડ્ડા પર રેડ પાડી
#buletinindia #gujarat #mahuva અમારી યુટ્યુબ ચેનલને લાઈક, શેર અને સબ્સ્ક્રાઇબ કરો અને અમારી GTPL...
মৰাণত চাহ মজদুৰ সংঘৰ প্ৰতিবাদ । মৰাণৰ হিংৰিজান আৰু খোৱাং চাহ বাগিচাত পুৱাই কাম এৰি প্ৰতিবাদ সাব্যস্ত কৰিলে চাহ শ্ৰমিকে
ব্ৰহ্মপুত্ৰ উপত্যকা বাগিচা সমূহত শ্ৰমিক ৰাইজৰ সমস্যা সমূহ সমাধান নকৰাৰ প্ৰতিবাদত আজি মৰাণতো অসম...
ખેલ પ્રશિક્ષણ અને શાળાકીય શિક્ષણના બેવડા ધ્યેયને સિધ્ધ કરતી જિલ્લા કક્ષા સ્પોર્ટસ સ્કુલ યોજના
ખેલ પ્રશિક્ષણ અને શાળાકીય શિક્ષણના બેવડા ધ્યેયને સિધ્ધ કરતી જિલ્લા કક્ષા સ્પોર્ટસ સ્કુલ યોજના
Parliament Special Session | Mallikarjun Kharge | Rajya Sabha #sanjaysingh #raghavchadha #congress
Parliament Special Session | Mallikarjun Kharge | Rajya Sabha #sanjaysingh #raghavchadha #congress
21/9/2022 દૂધ ઉત્પાદક દૂધ નહિ ભરા વવાનો સંકલ્પ કર્યો છે ગીર સોમનાથ
21/9/2022 દૂધ ઉત્પાદક દૂધ નહિ ભરા વવાનો સંકલ્પ કર્યો છે ગીર સોમનાથ