মাজুলীৰ বুঢ়াশেনচোৱা গাঁও ৰ গাঁও ৰক্ষীবাহিনীৰ উদ্যোগত বৃহত্তৰ বুঢ়াশেনচোৱা অঞ্চলৰ কৃতিমান ছাত্ৰ ছাত্ৰী সকলক যোৱা কালি অনুষ্ঠিত এখনি সম্বৰ্ধনা সভাত সম্বৰ্ধনা জনোৱা হয় ।বিশিষ্ট সমাজকৰ্মী তথা ১০৮ নং বুঢ়াশেনচোৱা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ডিম্বেশ্বৰ দাসৰ সভাপতিত্ব কৰা সভাখনি আঁত ধৰে ৰজ্ঞন দাসে।সভাখনিত অনুসূচিত জাতি পৰিষদৰ সভাপতি দেৱজিৎ হাজৰিকা,মাজুলী মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অধ্যাপক ড°ৰাজেন চন্দ্ৰ বৰা ,যুৱ সমাজ কৰ্মী ৰজ্ঞন মহন্ত কে আদি কৰি বহুতো গন্য মান্য ব্যক্তি উপস্থিত থাকে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Bihar Politics: Tejashwi Yadav ने उठाए विपक्ष पर सवाल, कहा- Paper Leak के लिए कौन जिम्मेदार है ?
Bihar Politics: Tejashwi Yadav ने उठाए विपक्ष पर सवाल, कहा- Paper Leak के लिए कौन जिम्मेदार है ?
বিজেপি অবিচি মৰ্চা লাহোৱাল মণ্ডলৰ সভাপতি সমৰ গোঁহাই পিতৃ বিয়োগত লাহোৱালৰ বিধায়ক বিনোদ হাজৰিকা শোক প্ৰকাশ
চাবুৱা , ৫ আগষ্ট : বিজেপি অবিচি মৰ্চা লাহোৱাল মণ্ডলৰ সভাপতি সমৰ গোঁহাই পিতৃ বিয়োগত লাহোৱালৰ...
ડીસા રાજ મંદીર સર્કલ થી હોન્ડા શો રૂમ તરફ જતાં સર્વિસ રોડ પર ફરીથી ગટરના પાણી ઊભરાતા
ડીસા રાજ મંદીર સર્કલ થી હોન્ડા શો રૂમ તરફ જતાં સર્વિસ રોડ પર ફરીથી ગટરના પાણી ઊભરાતા
AECL सीजन 5 का हुआ ऐलान, Cricket के साथ लगेगा ग्लैमर का तड़का | Sapna Choudhary | Aaj Tak News
AECL सीजन 5 का हुआ ऐलान, Cricket के साथ लगेगा ग्लैमर का तड़का | Sapna Choudhary | Aaj Tak News