বৰ অসমৰ ভেঁটি গঢ়োতা স্বৰ্গদেউ চাওলুং চুকাফাৰ মৈদামৰ ভূমি বেদখল সন্দৰ্ভত বিভিন্ন সময়ত আহোম জনগোষ্ঠীয় দল-সংগঠন সমূহে অভিযোগ উত্থাপন কৰি থকাৰ পাছতে অৱশেষত সন্ধান ওলাল মাটিৰ গৰাকীৰ। জনৈক সন্দিকৈ উপাধিৰ এগৰাকী লোকে সম্প্ৰতি দাবী কৰিছে চুকাফা মৈদামৰ মাটিখিনি ম্যাদী পট্টাৰ মাটি বুলি। ইফালে এই মাটিখিনিত চৰকাৰী আঁচনিৰ জৰিয়তে গছপুলি ৰোপণ কৰাৰ সময়ত তেখেতৰ বিভাগীয় কৰ্তৃপক্ষই তেখেতৰপৰা অনুমতি নোলোৱা বুলিও মন্তব্য কৰিছে। এতিয়া প্ৰশ্ন উত্থাপন হৈছে স্বৰ্গদেউ চাওলুং চুকাফাৰ লগতে আন তিনিটা মৈদাম আজিৰপৰা কিছু বছৰৰ আগতে উদ্ধাৰ কৰা মাটিখিনি ম্যাদী পট্টাৰ অন্তৰ্ভুক্ত কৰিবলৈ কোনে অনুমতি প্ৰদান কৰিছিল। ম্যাদী পট্টাৰ অন্তৰ্ভুক্ত চাওলুং চুকাফা মৈদাম সংৰক্ষণ কৰিবলৈ এতিয়া কোনোবা আগবাঢ়ি আহিবনে ? চৰকাৰী কৰ্তৃপক্ষই এই ক্ষেত্ৰত কি পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব অনাগত দিনত।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
હરીપર ગામ પાસેથી પસાર થતી નર્મદાની કેનાલમાં યુવક ડુબ્યો:7 કલાકની ભારે જહેમત બાદ યુવકની લાશને કેનાલમાંથી બહાર કાઢી
સુરેન્દ્રનગર જિલ્લાના ધ્રાંગધ્રા તાલુકાના હરીપર ગામ પાસેથી પસાર થતી નર્મદાની કેનાલમાં યુવક ડુબ્યો...
सोनारी उल्फा कैडर को सेना व पुलिस ने मार गिराया
*सोनारी उल्फा कैडर को सेना व पुलिस ने मार गिराया* चराई देव जिला अंतर्गत सोनारी थाना अधीन पुरनी...
उदगीर बाजारपेठेतील आजचा सोयाबीनचा दर पाच हजार दोनशे रुपये
उदगीर बाजारपेठेतील आजचा सोयाबीनचा दर पाच हजार दोनशे रुपये
Make In India | India The New Manufacturing Hub: निर्माण से उत्थान की तरफ बढ़ रहे हैं कदम | N18V
Make In India | India The New Manufacturing Hub: निर्माण से उत्थान की तरफ बढ़ रहे हैं कदम | N18V
તળાજાના ધારાસભ્ય કનુભાઈ બારૈયાએ ભાદરવી અમાસની રજા પુનઃ જાહેર કરવા માંગણી કરી
તળાજાના ધારાસભ્ય કનુભાઈ બારૈયાએ ભાદરવી અમાસની રજા પુનઃ જાહેર કરવા માંગણી કરી